অৰুণ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

39 নং শাৰী:
 
==প্ৰাৰম্ভিক জীৱন==
১৯৩১ চনত [[ডিব্ৰুগড় জিলা]]ৰ সেন্দুৰী আলিত অৰুণ শৰ্মাৰ ১৯৩১জন্ম চনতহয়। জন্ম হয়৷তেওঁৰ পিতৃৰ নাম আছিল '''তিলক চন্দ্ৰ শৰ্মা''' আৰু মাতৃৰ নাম আছিল '''নৰ্মদা কুমাৰী দেৱী'''। ১৯৪৮তেওঁৰ পিতৃ সেই সময়ৰ ''দা টাইমছ অফ ইণ্ডিয়া''ৰ সম্পাদক আছিল। ১৯৩৫ চনত তেওঁৰ পৰিয়াল হালেমৰ ওচৰৰ হালেমগুৰিৰ এখন গাঁৱলৈ গুছি যায়। তিলক চন্দ্ৰ শৰ্মাই গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ তেতিয়াৰ পৰা খেতি আৰু সমাজ সেৱাৰ লগত নিজকে জড়িত কৰি ৰাখে। অৰুণ শৰ্মাই [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]] পৰাশিক্ষাগ্ৰহণ কৰে আৰু তাৰপৰাই ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈহয়। ইয়াৰ পিছত [[কটন কলেজ]]ৰ পৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত শিক্ষা বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ৰ পৰাই তেওঁ নাটক আৰু কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।
 
==কৰ্মজীৱন==