ৰঙা পুলিচ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
36 নং শাৰী:
 
==ৰাইজৰ সঁহাৰি==
১৯৫৮ চনৰ জানুৱাৰী মাহত 'ৰঙা পুলিচ' মুক্তি দিয়া হয়। ছবিখন ৰাইজে আকোঁৱালি লৈছিল আৰু ব্যৱসায়িক ভাৱে সফল হৈছিল। '[[মাদাৰ ইণ্ডিয়া]]' নামৰ ছবিখনৰ লগে লগে 'ৰঙা পুলিচ' মুক্তি দিয়া হৈছিল। ছবিখনে প্ৰথমে যোৰহাটৰ আচকৰণ জালান নামৰ ব্যক্তি এজনে পৰিবেশন কৰিছিল। পাছলৈ নিপ বৰুৱাই কিছু বছৰ ধৰি ছবিখন চলাইছিল।
 
==পুৰস্কাৰ==
"https://as.wikipedia.org/wiki/ৰঙা_পুলিচ"ৰ পৰা অনা হৈছে