ৱিকিপিডিয়া:ৱিকিপিডিয়ালৈ বৰঙণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
| align = right
}}
প্ৰবন্ধপ্ৰবন্ধসমূহে ৱিকিপিডিয়াৰ খালী ঠাই পূৰণ কৰে। ইয়াত প্ৰত্যকটোপ্ৰত্যেকটো প্ৰবন্ধ এটা এটা ভাল [[:en:Topic-comment|বিষয়]]। (কেৱল শব্দ ভাণ্ডাৰ আৰু সংজ্ঞা নহয়, সেইসমূহ [[Wiktionary|ৱিকিঅভিধান]]ৰ বস্তু।)
 
ৱিকিপিডিয়াত সন্নিবিষ্ট প্ৰবন্ধসমূহৰ লক্ষ্য হৈছে উৎকৃষ্ট আৰু [[WP:Verify|বিশ্বাসযোগ্য]] বিশ্বকোষীয় প্ৰবন্ধ সৃষ্টি কৰা। ইয়াত উচ্চমানৰ প্ৰবন্ধসমূহ [[WP:FA|নিৰ্বাচিত প্ৰবন্ধ]] হিচাপে স্বীকৃতি দিয়া হয়। ৱিকিপিডিয়া সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰবন্ধসমূহ [[Wikipedia:Vital articles|ৱিকিপিডিয়া আৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা]]ত দিয়া আছে। সেই পৃষ্ঠাত বহু কিছু ভাগত প্ৰবন্ধসমূহৰ ভাগ কৰা আছে। সেইসমূহৰ মাজৰ পৰা আপোনাৰ পছন্দ অনুসৰি এটা প্ৰবন্ধ বাচি লৈ সেইটো লিখিব পাৰে নাইবা যদি আগেয়ে অলপ তথ্য লিখা আছে তেনে সেয়া [[WP:FACR|নিৰ্বাচিত প্ৰবন্ধৰ মানদণ্ড]]লৈ উন্নীত কৰিব পাৰে।