ৱিকিপিডিয়া:ৱিকিপিডিয়ালৈ বৰঙণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
23 নং শাৰী:
===ছবিসমূহ===
ছবি ৱিকিপিডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ এটা অংশ। ছবিৰ কামত সহায় কৰিবলৈ আপুনি [[ৱিকিপিডিয়া:অনুৰোধ কৰা ছবি|অনুৰোধ ছবি]] তালিকা চাব পাৰে, যদি সম্ভৱ তেন্তে সেই বিষয় সংক্ৰান্তীয় ছবিখন আপল’ড কৰি আপুনি ৱিকিপিডিয়াৰ ছবিৰ উন্নয়নত ভূমিকা ৰাখিব পাৰে। উল্লেখযোগ্য যে, আপুনি কোনো অৱস্থাতেই [[ৱিকিপিডিয়া:কপিৰাইট|কপিৰাইটযুক্ত ছবি]] আপল’ড কৰিব নোৱাৰে। আৰু ভাল হয় যদি আপুনি আপোনাৰ ছবিবোৰ [[ৱিকিমিডিয়া কমন্স|ৱিকিমিডিয়া কমন্সত]] [[Commons:বেটুপাত|আপল’ড]] কৰে।
 
 
 
===শব্দ / সংগীতসমূহ===
 
শব্দ আৰু সংগীতসমূহ ৱিকিপিডিয়াৰ অত্যাৱশ্যকীয় সমল। শব্দৰ উন্নয়নৰ কামত সহায় কৰিবলৈ আপুনি [[:en:Wikipedia:Requested recordings|অনুৰোধ কৰা এখন শব্দ]]ৰ তালিকা চাব পাৰে য’ত আপুনি সাধ্যানুসৰি সেইসমূহ যোগান ধৰাৰ চেষ্টা কৰিব পাৰে।
Sounds are a vital yet often forgotten ingredient in Wikipedia. To help with sounds, go to [[Wikipedia:Requested recordings]] and see if you can fulfill any of the requests.
 
===চ’ৰাসমূহ===
 
===প্ৰৱেশদ্বাৰসমূহ===
A Wikipedia portal helps users find a gathering point for a certain topic so they can more easily find information. To help improve portals, first go to [[Portal:Contents/Portals]] and find a portal of interest. Then see if you can improve it to meet the [[WP:WIAFPo|featured portal criteria]].
প্ৰবেশদ্বাৰসমূহ ৱিকিপিডিয়াত ব্যৱহাৰকাৰীসকলক এটা নিৰ্দিষ্ট বিষয় সম্পৰ্কে পৰিচয় কৰি দিবলৈ ব্যৱহৃত হয়, যাতে তাৰ যোগেদি সেই বিষয়ে আৰু সহজে তথ্য সন্ধান কৰিব সক্ষম হয়। ৱিকিপিডিয়া প্ৰৱেশদ্বাৰসমূহত সহায় কৰিবৰ বাবে, প্ৰথমে [[Portal:Contents/Portals|প্ৰৱেশদ্বাৰৰ সূচীলৈ]] যাওক আৰু পছন্দ অনুযায়ী প্ৰৱেশদ্বাৰটোত ক্লিক কৰক। তাৰ পাছত আপুনি সেই প্ৰৱেশদ্বাৰটোক [[:en:WP:WIAFPo|নিৰ্বাচিত প্ৰৱেশদ্বাৰৰ মানদণ্ড]]লৈ (ইংৰাজী) উন্নীত কৰাৰ চেষ্টা কৰক।
 
===বিষয়বস্তু===
বিষয়বস্তু (Topic) হৈছে সেইসমূহ, যিসমূহত আন্তঃসংযোগকৃত (interrelated) প্ৰবন্ধৰ এটা "শৃংখল" (set) আছে, অৰ্থাৎ সম্পূৰ্ণ আৰু উচ্চমান বিশিষ্ট। অলপ অধিক কষ্ট আৰু মনোযোগ প্ৰদান কৰি কাম কৰি আপুনি ৱিকিপিডিয়াত এটা সুনিৰ্দিষ্ট আৰু গ্ৰহণযোগ্য বিষয়বস্তু তৈয়াৰ কৰিব পাৰে। এই বিষয়ে অধিক জানিবৰ বাবে ইংৰাজী ৱিকিপিডিয়াৰ [[:en:WP:FT|featured topic]] আৰু [[:en:Wikipedia:Featured topic criteria|Featured topic criteria]] চাব পাৰে।
 
 
 
[[শ্ৰেণী:ৱিকিপিডিয়াৰ প্ৰাথমিক তথ্যাদি]]
A topic is a set of interrelated articles. With some hard work and dedication, you can help earn Wikipedia another [[WP:FT|featured topic]]. To see the criteria that need to be met for a featured topic, go to [[Wikipedia:Featured topic criteria]].