ৱিকিপিডিয়া:ৱিকিপিডিয়ালৈ বৰঙণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
ৱিকিপিডিয়াৰ লক্ষ্য হৈছে এখন [[ইন্টাৰনেট ভিত্তিক]] (Web-based), [[মুক্ত বিষয়বস্তু]] (free content) বিশিষ্ট [[বিশ্বকোষ]] (encyclopedia) নিৰ্মান কৰা। আপুনিও '''ৱিকিপিডিয়ালৈ বৰঙনি'''ৰ মাধ্যমৰে এই লক্ষ্য পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।
<!--If you would prefer to do more general maintenance tasks across many articles, please see [[Wikipedia:Maintenance]]. Articles of the most pressing importance can be found at [[Wikipedia:Backlog]]-->
[[File:Edit Button.ogv|thumb|250px|সম্পাদনাৰ সহায়ক এটা ভিডিঅ’]]
36 নং শাৰী:
===বিষয়বস্তু===
বিষয়বস্তু (Topic) হৈছে সেইসমূহ, যিসমূহত আন্তঃসংযোগকৃত (interrelated) প্ৰবন্ধৰ এটা "শৃংখল" (set) আছে, অৰ্থাৎ সম্পূৰ্ণ আৰু উচ্চমান বিশিষ্ট। অলপ অধিক কষ্ট আৰু মনোযোগ প্ৰদান কৰি কাম কৰি আপুনি ৱিকিপিডিয়াত এটা সুনিৰ্দিষ্ট আৰু গ্ৰহণযোগ্য বিষয়বস্তু তৈয়াৰ কৰিব পাৰে। এই বিষয়ে অধিক জানিবৰ বাবে ইংৰাজী ৱিকিপিডিয়াৰ [[:en:WP:FT|featured topic]] আৰু [[:en:Wikipedia:Featured topic criteria|Featured topic criteria]] চাব পাৰে।
 
 
 
[[শ্ৰেণী:ৱিকিপিডিয়াৰ প্ৰাথমিক তথ্যাদি]]