চৈয়দ আব্দুল মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

23 নং শাৰী:
 
==কৰ্মজীৱন==
১৯৪২ ত আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত যোৰহাট কলেজৰ পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰ'গেম এচিষ্টেণ্ট হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অভায়াপুৰী অধিবেশনত [[অসম সাহিত্য সভা]]ৰ সভাপতিৰ পদ অলংকৃত কৰে। জীৱনৰ কোনো এক নিৰ্দিষ্ট সীমাবদ্ধ সুত্ৰতে নথকা মালিকে ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতঃপ্ৰোতভাৱে জড়িত আছিল।
 
==বঁটা আৰু সন্মান==
{| class="wikitable" border="1" width="70%"
|+ বঁটা
! বৰ্ষ !! বঁটা !! তথ্য
|-
| ১৯৭২ || সাহিত্য একাডেমী বঁটা || অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে
|-
| ১৯৯২ || অসম উপত্যকা বঁটা ||
|-
| ১৯৯৫ || শংকৰদেৱ বঁটা ||
|-
| || [[পদ্মশ্ৰী]] ||
|-
| || [[পদ্মবিভূষণ]] ||
|}
 
==কৰ্মৰাজী==