কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
7 নং শাৰী:
[[তথ্য]] আৰু ইয়াৰ পৰি্স্কৰন/সংকলন (processing) সম্বন্ধিত তাত্বিক (theoretical) বিষয়মুহৰ প্ৰণালীবদ্ধ অধায়নকে (study) কম্পিউটাৰ বিজ্ঞান বোলা হয় |
 
থোৰতে কবলৈ গলে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰনে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায় | এনে কিছুমান সমাৰ্থক হিচাবে ব্যবহাৰ কৰা নাম হল [[কম্পিউতাৰ বিজ্বানবিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা]] (computer science & engineering/technology), [[তথ্য প্ৰয়ুক্তি]] (information technology), [[তথ্য পৰি্স্কৰন/সংকলন]] (data processing) ইত্যাদি| পিছে আমাৰ এই নিবন্ধত আমি "তথ্য আৰু ইয়াৰ পৰি্স্কৰন/সংকলন সম্বন্ধিত তাত্বিক বিষয়মুহৰ অধায়ন"-কহে কম্পিউতাৰ বিজ্ঞান বুলিম| উল্লিখিত বাকীবোৰ বিষয় যোগ্যজনে উপযুক্ত স্থানত অৱতাৰনা কৰিব|
 
=সম্যক ইতিহাস=