চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সজ্জা
43 নং শাৰী:
 
চন্দ্ৰচেখৰ ভেঙ্কটৰমণৰ জীৱনৰ উদ্দেশ্য আছিল বিজ্ঞানিক হোৱা, বিজ্ঞানৰ চৰ্চাতে জীৱন কটোৱা। কিন্তু তাৰ সলনি তেওঁ হল এজন গাণিতিক-সেয়ে পাছলৈ অন্তৰ্দ্বগ্ধত ভুগি, কলিকতা চহৰৰ মাজেৰে ডেল হাউচী স্কোৱাৰৰ পৰা শিয়ালদহলৈ ট্ৰামেৰে গৈ থাকোঁতে বাউবাজাৰ ষ্ট্ৰীটত তেওঁৰ চকু পৰিল এখন চাইন বোৰ্ডত, চাইন বোৰ্ডখনত লিখা আছিল--দি ইণ্ডিয়ান এচোচিয়েচন ফৰ দি কাল্টিভেচন অব্ চায়েন্স। তেওঁ যিমানদূৰ পাৰে সোনকালে ট্ৰামৰ পৰা নামি, চাইন বোৰ্ড দিয়া ঘৰটো বিচাৰি আহিল আৰু লগ পালে অনুষ্ঠানটিৰ সম্পাদক ডাঃ অমৃতলাল চৰকাৰক। তেতিয়াৰে পৰা গৱেষণাগাৰলৈ নিয়মিয়াকৈ আহিবলৈ ধৰিলে।
[[File:Richard Bär mit C. V. Raman 13.5.2010.jpg|thumb|300px|Raman with Richard Bär (1892–1940)]]
 
১৯২১ চনটো ৰমণৰ কাৰণে বৰ সৌভাগ্যৰ বছৰ আছিল, এই বছৰটোতে তেওঁ অক্সফোৰ্ডত অনুষ্ঠিত[[কলিকতা বিশ্ববিদ্যালয়]]ৰ কংগ্ৰছতপ্ৰতিনিধি যোগদানহিচাপে কৰিছিলঅক্সফোৰ্ডত কলিকতাঅনুষ্ঠিত বিশ্ববিদ্যালয়ৰবিশ্ববিদ্যালয় প্ৰতিনিধিকংগ্ৰছত হিচাপে।যোগদান কৰিছিল। তাতেই তেওঁ পৃথিৱীৰ[[পৃথিৱী]]ৰ বিভিন্ন বিজ্ঞানীৰ লগত [[পদাৰ্থ বিজ্ঞানৰবিজ্ঞান]]ৰ জটিল সমস্যাবিলাক মুকলিকৈ আলোচনা কৰিবলৈ সুবিধা পাইছিল। ভূমধ্য সাগৰেৰে তেওঁ লণ্ডনৰ পৰা ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত প্ৰসাৰিত হোৱা নীলা জলৰাশি দেখি কিয় নীলা ৰঙৰ হয় সেয়া জানিবলৈ তেওঁ নিজৰ হাতত থকা নিকল প্ৰিজমটো উলিয়াই সাগৰৰ জলৰাশিলৈ লক্ষ্য কৰিলে, আৰু পোহৰৰ প্ৰতিক্ৰিয়াৰ বাবেই হয় যে জানিব পাৰিলে।তেওঁৰপাৰিলে। তেওঁৰ গৱেষণাৰ ফলতেই তৰংগ তত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিদ্যা বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল। সুদীৰ্ঘ ১২ বছৰ গৱেষণাৰ অন্তত চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ ১৮০০ৰো ওপৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯৩০ চনত ৰমণৰ এই আৱিস্কাৰ সমূহে ৰমণলৈ বিশ্বখ্যাতি কঢ়িয়াই আনিলে। ইয়াৰ বাবেই তেওঁ [[ন'বেল বঁটা]] লাভ কৰিবলৈ সক্ষম হল। ১৯৩০ চনৰ ১০ ডিচেম্বৰত ষ্টকহমতষ্টক’হমত অনুষ্ঠিত হোৱা ন'বেল বঁটা প্ৰদান অনুষ্ঠানত তেওঁ নিজে উপস্থিত হৈ এই বঁটা গ্ৰহন কৰিছিল।
 
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ সম্পাদনাত ভাৰতীয় পদাৰ্থ বিজ্ঞান নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ তত্বাৱদানত ওলাইছিল Procedings আৰু Current Science নামৰ দুখন আলোচনীৰো সভাপতিত্ব কৰিছিল তেৱেঁই। ন'বেল বঁটা পোৱাৰ পাছত কিছুদিন কলিকতাত থাকি, তেওঁ বাংগালোৰত [[ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান]]ত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ নিজে ১৯৪৮ চনৰ পৰা এটা ৰমণ ৰিচাৰ্ছ ইনষ্টিটিউট নামৰ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰি মৃত্যুৰ আগলৈকে তাত গৱেষণাতে কটাইছিল। তেওঁ যিটো যন্ত্ৰৰ সহায়ত গৱেষণা কৰি ন'বেল বঁটা পাইছিল, তাৰ মূল্য আছিল মাত্ৰ দুশ টকাহে। তেওঁ দৈনিক সন্ধিয়া ৫-৩০ বাজৰ পৰা ১০ বজালৈ গৱেষণাগাৰতে কটাইছিল<ref name="চন্দ্ৰশেখৰ ভেঙ্কটৰমণ"/>।
 
==মৃত্যু==
==পৰস্কাৰ প্ৰাপ্ত বঁটা সমূহ==
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ ১৯৭০ চনৰ ২১ নবেম্বৰত বাংগালোৰত[[বাংগালোৰ]]ত পৰলোক প্ৰাপ্তি হয়।
 
==পুৰস্কাৰ আৰু সন্মান সমূহ==
# [[ন'বেল বঁটা]], (১৯৩০),
# [[ভাৰত ৰত্ন বঁটা]], (১৯৫৪),<ref>{{cite web|title=Padma Awards Directory (1954–2007)|url=http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf|publisher=Ministry of Home Affairs|accessdate=26 November 2010|format=pdf}}</ref>
# নাইট উপাধি, (১৯২৯),
# ম্যাটুৰ্হচি সোণৰ বঁটা (১৯২৯),
# লেলিন শান্তি বঁটা, (১৯৫৭)<ref name="ACS Landmarks">{{cite web|title=C.V. Raman: The Raman Effect|url=http://portal.acs.org/portal/PublicWebSite/education/whatischemistry/landmarks/ramaneffect/index.htm|publisher=[[American Chemical Society]]|accessdate=June 6, 2012}}</ref>
# লেলিন বঁটা, (১৯৫৭)
 
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ প্ৰতি সন্মান জনাই ভাৰতৰ্ষত প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰী দিনটোত [[ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস]] {{enwiki|National Science Day}} হিচাপে পালন কৰি অহা হৈছে।<ref>{{cite news|title=Science Day: Remembering Raman|url=http://zeenews.india.com/sci-tech/miscellaneous/2009-02-27/511267news.html|accessdate=|newspaper=Zee News|date=27 February 2009|location=India}}</ref>
==মৃত্যু==
চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ ১৯৭০ চনৰ ২১ নবেম্বৰত বাংগালোৰত পৰলোক প্ৰাপ্তি হয়।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
==অধিক পঢ়ক==
* {{cite journal | author = Miller, Foil A. | coauthors = Kauffman, George |year = 1989 | volume = 66 | title = C. V. Raman and the Discovery of the Raman effect | journal = Journal of Chemical Education | issue= 10| pages = 795–801 | doi = 10.1021/ed066p795 |bibcode = 1989JChEd..66..795M }}
* Ramaseshan S: C.V.Raman. ''Journal of Madras University'', section B, Sept.1983, 46(1): 1–16.
* ''Scientific Papers of CV Raman'', Ed. S Ramaseshan, Indian Academy of Sciences, Bangalore 1988.
* Sri Kantha S: The discovery of the Raman Effect and its impact in Biological Sciences. ''European Spectroscopy News'', Aug/Sept. 1988, no.80, 20, 22, 24 & 26.
* Sri Kantha S: Raman's prize. ''Nature'', 1989; 340: 672.
* Fabelinski I,L. Priority and the Raman Effect. ''Nature'', 1990; 343: 686.
* {{cite journal|url=http://www.archive.org/details/RamanCentennial| journal=Journal of the Indian Institute of Science| volume=68| issue=11–12| year=1988| title=CV Raman centennial issue}}
 
==বাহ্যিক সংযোগ==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে