চি ভি ৰামন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

61 নং শাৰী:
===ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস===
{{মূল|ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস}}
প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চি. ভি. ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়<ref name="AIR">{{cite news|url=http://www.newsonair.com/news.asp?cat=national&id=NN5654|title=ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস|publisher=[[আকাশবাণী]]|accessdate=২০০৯-০২-২৮}}</ref>, ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।<ref>{{cite news|title=Science Day: Remembering Raman|url=http://zeenews.india.com/sci-tech/miscellaneous/2009-02-27/511267news.html|accessdate=|newspaper=Zee News|date=27 February 2009|location=India}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/চি_ভি_ৰামন"ৰ পৰা অনা হৈছে