ৰাজেন্দ্ৰ প্ৰসাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
68 নং শাৰী:
#খণ্ডিত ভাৰত,
#শিক্ষা আৰু সংস্কৃতি
 
=='''প্ৰথম ৰাষ্ট্ৰপতি ৰূপে দায়িত্ব আৰু শপত গ্ৰহণ'''==
১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা পুৱা ১০ বাজি ১৮ মিনিট যোৱাত ভূতপূৰ্ব গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্ত্তী ৰাজাগোপালচাৰীয়ে ভাৰতত নতুন শাসনতন্ত্ৰ প্ৰৱৰ্তনৰ কথা ঘোষনা কৰে আৰু সেই লোকতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে ডঃ ৰাজেন্দ্ৰ প্ৰসাদক। কামানৰ গৰ্জন, ভেৰীৰ নিনাদ, ৰাষ্ট্ৰীয় সংগীতৰ সুৰ, বন্দে মাতৰম, মহাত্মা গান্ধী কী জয় ধ্বনিৰ এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত, সংবিধান সভাৰ সদস্যবৃন্দ, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীসকল, বিদেশী ৰাষ্ট্ৰনায়ক প্ৰতিনিধিসকল আৰু নিমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দৰ সন্মুখত দৰবাৰ হলত পুৱা ১০ বাজি ২১ মিনিট যোৱাত তেওঁ নিষ্ঠা আৰু পবিত্ৰতা ৰক্ষাৰ শপত বাক্য পাঠ কৰে। তেওঁক শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধিপতি হৰিলাল কানায়াই।
 
==তথ্য সংগ্ৰহ==