No edit summary
2 নং শাৰী:

[[File:Assamese Wikipedia 10th Year Celebration (55).JPG|250px|নিতুল বৰা, গুৱাহাটী সন্মিলনত]]

{{স্বাগতম|নাম=নিতুল বৰা}} [[User:Bishnu Saikia| '''বিষ্ণু শ‍ইকীয়া''']][[User talk:Bishnu Saikia#top|বাৰ্তা]] 19:17, 17 এপ্ৰিল 2012 (UTC)

== প্ৰবন্ধ ==

আপুনি প্ৰতিযোগিতাৰ বাবে লিখা "[[পৰশুৰাম কুণ্ড]]" প্ৰবন্ধটো বহু উন্নত কৰাৰ থল আছে। অনুগ্ৰহ কৰি প্ৰতিযোগিতাৰ নিয়মাৱলীৰ লগত সংলগ্ন আৰ্হি প্ৰবন্ধ চাওক। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 12:56, 7 মে' 2012 (UTC)

== প্ৰতিযোগিতা ==

বৰা ডাঙৰীয়া, আপুনি প্ৰতিযোগিতাৰ বাবে দুটা প্ৰবন্ধ লিখা চকুত পৰিছিল। সেইকেইটা অলপ উন্নত কৰক! প্ৰতিযোগিতাৰ নিয়মাৱলীৰ লগত দিয়া আৰ্হি প্ৰবন্ধ চাওক। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]])

==অসমীয় নাৰীৰ ব্যস্ততা==
আপুনি প্ৰতিযোগিতাৰ বাবে আৰম্ভ কৰা উপৰোক্ত প্ৰবন্ধটো বিশ্বকোষীয় হোৱা নাই। এই বিষয়ে ৰেফাৰেন্স আছেনে? নাই যদি এনে মৌলিক প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব নোৱাৰি। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 06:55, 19 মে' 2012 (UTC)

==প্ৰৱেশ==
আপুনি প্ৰৱেশ নকৰা হেতুকে ৰঙা দেখুৱাই আছিল| এতিয়া ঠিকেই আছে| '''[[User:Bishnu_Saikia|বিষ্ণু শ‍ইকীয়া]]''' [[User talk:Bishnu_Saikia|বাৰ্তা]] 17:54, 11 জুন 2012 (UTC)

== A barnstar for you! ==

{| style="background-color: #fdffe7; border: 1px solid #fceb92;"
|rowspan="2" style="vertical-align: middle; padding: 5px;" | [[File:Camera Barnstar Hires.png|100px]]
|style="font-size: x-large; padding: 3px 3px 0 3px; height: 1.5em;" | '''The Photographer's Barnstar'''

|style="vertical-align: middle; padding: 3px;" | For the winner of the Assamese Photography Competition ... Keep contributing to Wikimedia Commons :-) [[User:Naveenpf|Naveenpf]] ([[User talk:Naveenpf|talk]]) 15:12, 18 June 2012 (UTC)

== পুৰস্কাৰ ==

{| style="border: 1px solid gray; background-color: #fdffe7;"
|rowspan="2" valign="middle" | {{#ifeq:{{{2}}}|alt|[[File:Tireless Contributor Barnstar Hires.gif|100px]]|[[Image:Tireless_Contributor_Barnstar.gif|100px]]}}
|rowspan="2" |
|style="font-size: x-large; padding: 0; vertical-align: middle; height: 1.1em;" | '''অক্লান্ত কৰ্মী পদক'''

|style="vertical-align: middle; border-top: 1px solid gray;" |অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।
'''[[User:Bishnu_Saikia|বিষ্ণু শ‍ইকীয়া]]''' [[User talk:Bishnu_Saikia|বাৰ্তা]] 10:01, 8 জুলাই 2012 (UTC))

== ফটো ==

নিতুল দা, অসমীয়া ৱিকিত ছবি আপল'ড নকৰাৰ সিদ্ধান্ত লোৱা হৈছিল, কেৱল ৱিকিকমন্সত কৰাৰ কথা কোৱা হৈছিল। তাৰোপৰি আপুনি আপল'ড কৰা অস্কাৰ আৰু নোবেল বঁটাৰ ছবি ৱিকিকমন্সত আছেই। লগতে আপল'ড কৰা ফটো দুখনৰ স্বত্বাধিকাৰী তথ্যত দিয়াৰ দৰে আপুনি নহয়! মই মচিবলৈ টেগ্‌ কৰি দিছোঁ দেই। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 11:57, 15 জুলাই 2012 (UTC)

== বেণুধৰ শৰ্মা ==

শুদ্ধ নামটো "[[বেণুধৰ শৰ্মা]]"। পৃষ্ঠাখন আছেই। আপুনি "[[বেনুধৰ শৰ্মা]]"ৰ পৰা দৰকাৰী কথাখিনি নি সিখনত সুমুৱাই দিয়ক। তাৰপিছত এইখন ডিলিট টেগাই দিব। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 18:29, 27 জুলাই 2012 (UTC)

==কৃষ্ণকান্ত সন্দিকৈ==
[[কৃষ্ণকান্ত সন্দিকৈ]] পৃষ্ঠাখন বিলোপ কৰা হল বুলি জাননী লগোৱা আছে, নতুনকৈ পৃষ্ঠাখন পুনৰ সৃষ্টি কৰা হৈছে নেকি বাৰু, যদি নতুনকৈ পৃষ্ঠাখন সৃষ্টি কৰা হোৱা নাই মই এই কামটো কৰিম বুলি ভাবিছো যিহেতু মোৰ হাতত কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে বিতংকৈ তথ্য মজুত আছে। গতিকে প্ৰশাসক মহোদয় বৃন্দই অনুমতি দিলে কামটো সৰ্ম্পূন কৰিব পাৰো। আশাৰে বাট চাই ৰলো।[[সদস্য:নিতুল বৰা|— নিতুল বৰা]] ([[সদস্য বাৰ্তা:নিতুল বৰা|talk]]) 02:30, 29 জুলাই 2012 (UTC)

:ক'তনো বিলোপ কৰা হ'ল? আপুনি দিয়া লিংকটোত দেখোন পৃষ্ঠাখন আছেই। বহলাবলৈ অনুমতিৰ প্ৰয়োজন নাই। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 16:39, 29 জুলাই 2012 (UTC)

:সেইটোতো মইও দেখিছো, কিন্তু কৃষ্ণকান্ত সন্দিকৈৰ প্ৰবন্ধটিৰ তথ্য এটিৰ বিষয়ে আলোচনা কৰিবলৈ গৈ প্ৰথমে আলোচনা পৃষ্ঠা খোলোতেই জাননীখন চকুত পৰিল---'''সাৱধান আগতে বিলোপ কৰা পৃষ্ঠা এখন আপুনি পুনঃনিৰ্মান কৰিবলৈ গৈ আছে''' --- এই বাৰ্তাটো দেখিহে সুধিব লগিয়াত পৰিলো। ঠিক আছে এতিয়া গম পালো যেতিয়া কোনো কথা নাই, সেইখন মই এতিয়া কৰিম।[[সদস্য:নিতুল বৰা|— নিতুল বৰা]] ([[সদস্য বাৰ্তা:নিতুল বৰা|talk]]) 23:20, 29 জুলাই 2012 (UTC)
"https://as.wikipedia.org/wiki/সদস্য:Boranitul"ৰ পৰা অনা হৈছে