ৱিকিমিডিয়া কমন্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :en:Wikimedia Commons
র -> ৰ
30 নং শাৰী:
<!--Given its primary function as a supporting project for the other Wikimedia web sites, the main content policy for files uploaded to Commons is that they must be potentially useful on any of the Wikimedia projects. This excludes material such as purely personal pictures and artwork, in contrast to image sharing repositories like [[Flickr]], [[Photobucket]] and [[DeviantArt]]. Nevertheless, large numbers of files hosted on Commons are not used directly on any Wikimedia project and likely never will be; as such, the project has grown into a repository of multimedia in its own right, which is frequently linked to from articles on Wikipedia and other Wikimedia websites to provide supplemental materials.-->
 
অধিকাংশ ৱিকিমিডিয়া প্ৰকল্প‍ই বৰ্তমানেও স্থানীয় আপল’ড প্ৰক্ৰিয়া চলাই আছে যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যানৰ অন্যান্য প্ৰকল্প বা ভাষাত ব্যৱহাৰ কৰিব নোৱাৰি। কমন্সৰ [[কপিৰাইট]] নীতি অনুসৰি, [[:en:fair use|ভাল ব্যৱহাৰৰ]] বাবে আপল’ড কৰা সমলসমূহকো ৱিকিমিডিয়া কমন্সত অ-মুক্ত অনুজ্ঞাপত্ৰৰ (non-free licenses)ৰ অধীনত আপল’ড কৰা নিয়ম নাই, তেনেধৰনৰ আপল’ড কৰাৰ বাবে স্থানীয় ৱিকিয়েই একমাত্ৰ আধাৰ। কমন্সত আপল’ড কৰা ফাইলসমূহ মুক্ত (free content) হোৱাটো বাঞ্চনীয়। কমন্সত ব্যৱহৃত সাধাৰন অনুজ্ঞাপত্ৰসমূহ হৈছে জিএফডিএল {{enwiki|GFDL-GNU Free Documentation License}} অথবা ক্রিয়েটিভক্ৰিয়েটিভ কমন্সৰ {{enwiki|Creative Commons}} অনুজ্ঞাপত্ৰ<ref name="CCL"/>, অন্যান্য অনুজ্ঞাপত্ৰ সমূহ হৈছে মুক্ত সমল আৰু মুক্ত ছফ্টৱেৰ (free content and free software licenses) সমন্বিতে "পাব্লিক ডমেইন" {{enwiki|Public domain}}।
 
কমন্সৰ সততে ব্যৱহৃত (default) ভাষা হৈছে [[ইংৰাজী ভাষা|ইংৰাজী]], কিন্তু পঞ্জীভুক্ত সদস্যসকলে তেওঁলোকৰ পছন্দ অনুসৰি কিছুমান পৃষ্ঠা অনুবাদ কৰিব পাৰে, যেনে: নীতি নিৰ্দেশনা পৃষ্ঠা আৰু চ’ৰা। ইয়াৰ ওপৰিও মিডিয়া ফাইলসমূহত নিজৰ ভাষাত ফাইলৰ বিৱৰণ দিবও পাৰে। <!--Files on Wikimedia Commons are categorized using MediaWiki's category system. In addition, they are often collected on individual topical gallery pages. While the project was originally proposed to also contain free text files, these continue to be hosted on a sister project, [[Wikisource]].-->