পিতৃপক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
20 নং শাৰী:
[[হিন্দুধর্ম]] মতে, '''পিতৃপক্ষ''' ([[সংস্কৃত]]: पितृ पक्ष) পূর্বপূৰুষৰ তর্পণাদিৰ বাবে প্ৰশস্ত এক বিশেষ [[পক্ষ]]। এই পক্ষ '''পিত্ৰুপক্ষ''', '''ষোলা শ্ৰাদ্ধ''', '''কানাগাত''', '''জিতিয়া''', '''মহালয়া পক্ষ''' ও '''অপৰপক্ষ''' নামেৰেও পৰিচিত।<ref name = sharma>{{cite book|last=Sharma|first=Usha|title=Festivals In Indian Society|publisher=Mittal Publications|year=2008|volume=2|chapter=Mahalaya|url=http://books.google.com/?id=Z6OYRUEAF7oC&pg=PA72&dq=pitru+paksha&q=pitru%20paksha|pages = 72–73 | isbn=9788183241137}}</ref><ref name="underhill"/><ref name="vidya"/>
 
হিন্দু বিশ্বাস অনুযায়ী, পিতৃপক্ষত প্ৰেতকর্ম ([[শ্ৰাদ্ধ]]), তর্পণ ইত্যাদি মৃত্যু-সংক্ৰান্ত আচাৰ-অনুষ্ঠান পালিত হোৱা হেতুকে এই পক্ষ শুভকার্যৰ বাবে প্ৰশস্ত নহয়। দক্ষিণ আৰু পশ্চিম ভাৰতত [[গণেশ উৎসব|গণেশ উৎসবৰ]] পৰবর্তী পূর্ণিমা (ভাদ মাহৰ পূর্ণিমা) তিথিত এই পক্ষ আৰম্ভ হৈ সমাপ্ত হয় ''সর্বপিতৃ অমাবস্যা'', ''মহালয়া অমাবস্যা'' বা ''[[মহালয়া|মহালয়াৰ]]'' দিনা।দিনা সমাপ্ত হয় । উত্তৰ ভাৰত আৰু নেপালত ভাদৰ পৰিবর্তে আহিন মাহৰ কৃষ্ণপক্ষক পিতৃপক্ষ বোলে।
 
 
"https://as.wikipedia.org/wiki/পিতৃপক্ষ"ৰ পৰা অনা হৈছে