পিতৃপক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
[[হিন্দু পুৰাণ]] অনুযায়ী, জীবিত ব্যক্তিৰ পূৰ্বৰ তিনি পুৰুষ পৰ্যন্ত পিতৃলোকত বাস কৰে। এই লোক স্বৰ্গ আৰু মৰ্ত্যৰ মাজত অৱস্থিত। পিতৃলোকৰ শাসক মৃত্যুদেৱতা [[যম]]। তেওঁ সদ্যমৃত ব্যক্তিৰ আত্মাক মৰ্ত্যৰ পৰা পিতৃলোকলৈ লৈ যায়। পৰৱৰ্তী প্ৰজন্মৰ এজনৰ মৃত্যু হ’লে পূৰ্ববৰ্তী প্ৰজন্মৰ এজন পিতৃলোকৰ পৰা স্বৰ্গলৈ গমন কৰে আৰু পৰমাত্মাত (ঈশ্বৰ) লীন হয় আৰু এই প্ৰক্ৰিয়াৰে তেওঁ [[ শ্ৰাদ্ধ|শ্ৰাদ্ধানুষ্ঠানৰ]] উপৰলৈ উঠে। এই কাৰণে, জীবিত ব্যক্তিৰ মাত্ৰ পূৰ্ববৰ্তী তিনি প্ৰজন্মৰহে শ্ৰাদ্ধানুষ্ঠান হৈ থাকে; আৰু এই শ্ৰাদ্ধানুষ্ঠানত যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।<ref name="Kutch">{{cite book|last=Dilipsingh|first=K S|title=Kutch in festival and custom|publisher=Har-Anand Publications|year=2004|pages=61–64|url=http://books.google.com/?id=oPUFiGRH07IC&pg=PA66&dq=pitru+paksha&q=pitru%20paksha | isbn=9788124109984}}</ref>
 
[[হিন্দু মহাকাব্য]] ( হিন্দুশাস্ত্ৰৰ মাজত যি ''ইতিহাস'' নামেৰে পৰিচিত) অনুযায়ী, সূৰ্য কন্যাৰাশিত প্ৰৱেশ কৰিলে পিতৃপক্ষ সূচিত হয়। লোকবিশ্বাস অনুযায়ী, এই সময়তে পূৰ্বপুৰুষগণে পিতৃলোক পৰিত্যাগ কৰি তেওঁসৱৰ উত্তৰপুৰুষসকলৰ ঘৰত অৱস্থান কৰে। ইয়াৰ পিছত সূৰ্য বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিলে, তেখেতসকল পুনৰায় পিতৃলোকলৈ ঘুৰি যায়। পিতৃগণৰ অৱস্থানেৰঅৱস্থানৰ প্ৰথম পক্ষত হিন্দুসকলে পিতৃপুৰুষগণৰ উদ্দেশ্যে তৰ্পণাদি কৰে।<ref name="underhill"/><ref name="sastri">{{cite book|last=Sastri|first=S. M. Natesa|title=Hindu feasts, fasts and ceremonies|publisher=Asian Educational Services|year=1988|pages=15–17|url=http://books.google.com/?id=_ibsEj8ihuoC&pg=PA15&dq=mahalaya&q=mahalaya | isbn=9788120604025}}</ref>
 
[[মহাভাৰত]] অনুযায়ী, প্ৰসিদ্ধ দাতা [[কৰ্ণ|কৰ্ণেৰকৰ্ণৰ]] মৃত্যুমৃত্যুৰ হ’লেপিছত তেখেতৰ আত্মাআত্মাই স্বৰ্গেস্বৰ্গ গমন কৰলেকৰাৰ পিছত, তেঁওক স্বৰ্ণ ও ৰত্ন খাদ্য হিচাপে প্ৰদান কৰা হয়। কৰ্ণকৰ্ণই [[ইন্দ্ৰ|ইন্দ্ৰকেইন্দ্ৰক]] এৰইয়াৰ কাৰণ জিজ্ঞাসাসোধাত কৰলে ইন্দ্ৰইন্দ্ৰই কৈ্ছিল,কৈছিল কৰ্ণযে কৰ্ণই সাৰাগোটেই জীৱন স্বৰ্ণই দান কৰিছে, তেওঁ পিতৃগণেৰপিতৃগণৰ উদ্দেশ্যে কোনোদিন খাদ্য প্ৰদান কৰেি।কৰা তাইনাই। স্বৰ্গেএতেকে স্বৰ্গত তেঁওক স্বৰ্ণইস্বৰ্ণহে খাদ্য হিচাপে প্ৰদান কৰা হৈছে। কৰ্ণ কৈ্ছিলকৈছিল, তেওঁ যেহেতুযিহেতু তেখেতৰ পিতৃগণেৰপিতৃগণৰ সম্পৰ্কে অবহিতঅৱগত আছিল নানাছিল, তাইগতিকে তেওঁ ইচ্ছাকৃতভাবে পিতৃগণকেপিতৃগণক স্বৰ্ণ প্ৰদান কৰেি।কৰা নাছিল। এই কাৰণে কৰ্ণকেকৰ্ণক ষোলোষোল্ল দিনেৰ বাবে মৰ্ত্যেমৰ্ত্যলৈ গিয়েগৈ পিতৃলোকেৰপিতৃলোকৰ উদ্দেশ্যে অন্ন আৰু জল প্ৰদান কৰাৰ অনুমতি দেওয়াদিয়া হয়। এই পক্ষই পিতৃপক্ষ নামেনামেৰে পৰিচিত হয়।<ref>{{cite book|last=Chauturvedi|first=B K|title=Tales from the Vedas and other Scriptures|publisher=Diamond Pocket Books (P) Ltd.|year=2006|pages=192–193|chapter=The Best Charity: Food and water|url=http://books.google.com/?id=Z8zjLliIBGQC&pg=PA193&dq=pitru+paksha&q= | isbn=9788128811999}}</ref> এই কাহিনিৰকাহিনীৰ কোনো কোনো পাঠান্তৰেপাঠত, ইন্দ্ৰেৰইন্দ্ৰৰ বদলেসলনি যমকেযমক দেখা যায়।<ref name="toi">{{cite news|url=http://timesofindia.indiatimes.com/opinion/edit-page/Speaking-Tree-Mahalaya-Amavasya-Navaratri-Legend-of-Karna/articleshow/5023627.cms|title=Speaking Tree: Mahalaya Amavasya & Navaratri: Legend of Karna|last=Chatterjee|first=Deepam|date=18 September 2009|work=[[The Times of India]]|accessdate=2009-09-27}}</ref>
 
মহালয়া পক্ষেৰ পনেৰোটি তিথিৰ নাম হ’ল প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী ও অমাবস্যা। হিন্দু বিশ্বাস অনুযায়ী, যে ব্যক্তি তৰ্পণে ইচ্ছুক হন, তেঁওক তেখেতৰ পিতাৰ মৃত্যুৰ তিথিতে তৰ্পণ কৰতে হয়।
"https://as.wikipedia.org/wiki/পিতৃপক্ষ"ৰ পৰা অনা হৈছে