"পিতৃপক্ষ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 বাইট যোগ দিয়া হ’ল ,  9 বছৰৰ পূৰ্বে
[[হিন্দু মহাকাব্য]] ( হিন্দুশাস্ত্ৰৰ মাজত যি ''ইতিহাস'' নামেৰে পৰিচিত) অনুযায়ী, সূৰ্য কন্যাৰাশিত প্ৰৱেশ কৰিলে পিতৃপক্ষ সূচিত হয়। লোকবিশ্বাস অনুযায়ী, এই সময়তে পূৰ্বপুৰুষগণে পিতৃলোক পৰিত্যাগ কৰি তেওঁসৱৰ উত্তৰপুৰুষসকলৰ ঘৰত অৱস্থান কৰে। ইয়াৰ পিছত সূৰ্য বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিলে, তেখেতসকল পুনৰায় পিতৃলোকলৈ ঘুৰি যায়। পিতৃগণৰ অৱস্থানৰ প্ৰথম পক্ষত হিন্দুসকলে পিতৃপুৰুষগণৰ উদ্দেশ্যে তৰ্পণাদি কৰিব লাগে।<ref name="underhill"/><ref name="sastri">{{cite book|last=Sastri|first=S. M. Natesa|title=Hindu feasts, fasts and ceremonies|publisher=Asian Educational Services|year=1988|pages=15–17|url=http://books.google.com/?id=_ibsEj8ihuoC&pg=PA15&dq=mahalaya&q=mahalaya | isbn=9788120604025}}</ref>
 
[[মহাভাৰত]] অনুযায়ী, প্ৰসিদ্ধ দাতা [[কৰ্ণ|কৰ্ণৰ]] মৃত্যুৰ পিছত তেখেতৰ আত্মাই স্বৰ্গ গমন কৰাৰকৰে। পিছত,স্বৰ্গত তেঁওক স্বৰ্ণ আৰু ৰত্ন খাদ্য হিচাপে প্ৰদান কৰা হয়। কৰ্ণই [[ইন্দ্ৰ|ইন্দ্ৰক]] ইয়াৰ কাৰণ সোধাত কৰলে ইন্দ্ৰই কৈছিল যে কৰ্ণই গোটেই জীৱন স্বৰ্ণই দান কৰিছে, তেওঁ পিতৃগণৰ উদ্দেশ্যে কোনোদিন খাদ্য প্ৰদান কৰা নাই। এতেকে স্বৰ্গত তেঁওক স্বৰ্ণহে খাদ্য হিচাপে প্ৰদান কৰা হৈছে। কৰ্ণ কৈছিল, তেওঁ যিহেতু তেখেতৰ পিতৃগণৰ সম্পৰ্কে অৱগত নাছিল, গতিকে তেওঁ ইচ্ছাকৃতভাবে পিতৃগণক স্বৰ্ণ প্ৰদান কৰা নাছিল। এই কাৰণে কৰ্ণক ষোল্ল দিনেৰ বাবে মৰ্ত্যলৈ গৈ পিতৃলোকৰ উদ্দেশ্যে অন্ন আৰু জল প্ৰদান কৰাৰ অনুমতি দিয়া হয়। এই পক্ষই পিতৃপক্ষ নামেৰে পৰিচিত হয়।<ref>{{cite book|last=Chauturvedi|first=B K|title=Tales from the Vedas and other Scriptures|publisher=Diamond Pocket Books (P) Ltd.|year=2006|pages=192–193|chapter=The Best Charity: Food and water|url=http://books.google.com/?id=Z8zjLliIBGQC&pg=PA193&dq=pitru+paksha&q= | isbn=9788128811999}}</ref> এই কাহিনীৰ কোনো কোনো পাঠত, ইন্দ্ৰৰ সলনি যমৰ উল্লেখ দেখা যায়।<ref name="toi">{{cite news|url=http://timesofindia.indiatimes.com/opinion/edit-page/Speaking-Tree-Mahalaya-Amavasya-Navaratri-Legend-of-Karna/articleshow/5023627.cms|title=Speaking Tree: Mahalaya Amavasya & Navaratri: Legend of Karna|last=Chatterjee|first=Deepam|date=18 September 2009|work=[[The Times of India]]|accessdate=2009-09-27}}</ref>
 
মহালয়া পক্ষৰ পোন্ধৰটা তিথিৰ নাম হ’ল প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী আৰু অমাৱস্যা। হিন্দু বিশ্বাস অনুযায়ী, যি ব্যক্তি তৰ্পণত ইচ্ছুক, তেঁও তেওঁৰ পিতৃৰ মৃত্যু তিথিত তৰ্পণ কৰিব লাগে।
185

টা সম্পাদনা