দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{New user article}}
{{Infobox Holiday
|holiday_name = দুর্গাপূজা
Line 51 ⟶ 50:
 
===মহিষাশুৰ===
Normal 0 false false false EN-US X-NONE AS
 
মহিষাশুৰ এটা অসুৰ । তেওঁ দেৱী প্ৰতিমাৰ ভৰিৰ তলত থাকে । মহিষাশুৰ অসুৰ হলেও দুর্গোৎসবৰ সময়ত তেওঁক পূজা কৰাৰ স্থল আছে । <ref>''মহিষাসুৰ'', সঞ্জয় ভুঁইয়া, বর্তমান পত্রিকা (বর্তমান দেওবাৰ), ২৮ ছেপ্তেম্বৰ, ২০০৮ দ্রঃ</ref>
 
===গণেশ===
 
গণেশ সিদ্ধিৰ দেৱতা । গণেশ পূজা নকৰাৰে অন্য পূজা কৰাৰ কোনো বিধান নাই ।
 
===লক্ষ্মী===
 
লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক ।
 
===সৰস্বতী===
 
সৰস্বতী জ্ঞানৰ প্ৰতীক ।
 
===কাৰ্তিক===
 
কাৰ্তিক সৌন্দয্যৰ প্ৰতীক ।
 
==তথ্য সংগ্রহ==