→‎হাৰমাইনি গ্ৰিঞ্জাৰ: নতুন অনুচ্ছেদ
35 নং শাৰী:
|style="vertical-align: middle; border-top: 1px solid gray;" | [[জে. কে. ৰাউলিং]], [[দা টেলছ অফ বিডল দা বাৰ্ড]], [[মেগী স্মিথ]] আদিৰ দৰে ভাল মানদণ্ডৰ কেইবাটাও প্ৰবন্ধ অসমীয়াত তৰ্জমাৰে অশেষ কষ্ট কৰি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধশালী কৰিছা। ইয়াৰ উপৰিও নিজ চেষ্টাৰ বলত তুমি অন্যান্য জেষ্ঠ সম্পাদকসকলৰ বিশেষ সহায়ৰ আৱশ্যক নোহোৱাকৈয়ে সম্পাদনাৰ কৌশলবোৰ ভালদৰেই আয়ত্ব কৰিছা। তোমাক লৈ আমি গৰ্ব অনুভৱ কৰিছো। অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়াৰ লগত যথাসম্ভৱ জড়িত হৈ থাকিবা বুলি আশা প্ৰকাশ কৰিলো। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শ‍ইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 13:35, 24 ছেপ্টেম্বৰ 2012 (UTC)
|}
 
== হাৰমাইনি গ্ৰিঞ্জাৰ ==
 
[[বাৰ্তা:হাৰমাইনি গ্ৰিঞ্জাৰ]] চাবাঁচোন [[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 06:44, 16 অক্টোবৰ 2012 (UTC)