506
টা সম্পাদনা
অ (r2.7.3) (ৰবট যোগ দিছে :eo:Rajiv Gandhi) |
(→জন্ম) |
||
==জন্ম==
ৰাজীৱ গান্ধীৰ জন্ম হয় ১৯৪৪ চনৰ ২০ আগষ্টত মুম্বাইত। তেওঁৰ মাতৃ হৈছে ইন্দিৰা গান্ধী আৰু পিতৃ হৈছে ফিৰোজ গান্ধী। সৰু কাল তেওঁ লাহ-বিলাহৰ মাজেৰে কটায়। সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা ৰাজীৱ গান্ধীয়ে অভাব কি নেদেখিলে। জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীৰ দৰেই তেওঁ শৈশৱতটো ৰাজকীয় পৰিবেশতে কটায়। শৈশৱত তেওঁ বিজ্ঞান আৰু কাৰিকৰী বিদ্যাত প্ৰবল অনুৰাগী দেখা গৈছিল।
==শিক্ষা==
|
টা সম্পাদনা