ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
17 নং শাৰী:
 
'''ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা''' (United Nations Educational, Scientific, and Cultural Organization) বা '''ইউনেস্কো''' (UNESCO) হৈছে [[ৰাষ্ট্ৰসংঘ|ৰাষ্ট্ৰসংঘৰ]] এটা বিশেষ সংস্থা। বিশ্বৰ [[শিক্ষা]], [[বিজ্ঞান]] আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত [[লণ্ডন|লণ্ডনত]] হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা [[ৰাষ্ট্ৰসংঘ|ৰাষ্ট্ৰসংঘৰ]] সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। [[পেৰিছ|পেৰিছত]] ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।<ref name="ইউনেস্কো">{{cite web | url=http://www.unesco.org/new/en/unesco/about-us/who-we-are/introducing-unesco/ | title=ইউনেস্কো কাৰ্যালয়ৰ ৱেবচাইট | accessdate=২৯ ডিচেম্বৰ, ২০১১}}</ref>
 
== ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকল==
প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সঞ্চালকৰ পদত থকা ব্যক্তিসকল হৈছে<ref>UNESCO official site: [http://www.unesco.org/new/en/unesco/about-us/who-we-are/history/directors-general/ Directors-General]</ref>:
{| class="wikitable" width=100%
|+ৰাষ্ট্ৰসংঘৰ সঞ্চালক
|- bgcolor=#069933
! দেশ
! নাম
! কাৰ্য্যকাল
! মন্তব্য
|-
| {{flag|বুলগেৰিয়া}}
| [[ইরিনা বোকোভা]]
| align="center" | ২০০৯ - বর্তমান
|
|-
| {{flag|জাপান}}
| [[কোইচিরো মাতসুরা]]
| align="center" | ১৯৯৯ - ২০০৯
|
|-
| {{flag|স্পেইন}}
| [[ফেদেরিকো মেয়র জারাগোজা]]
| align="center" | ১৯৮৭ - ১৯৯৯
|
|-
| {{flag|ছেনেগাল}}
| [[আমাদৌ-মাহতার এম'বো]]
| align="center" | ১৯৭৪ - ১৯৮৭
|
|-
| {{flag|ফ্ৰান্স}}
| [[রেনে মাহেউ]]
| align="center" | ১৯৬১ - ১৯৭৪
| ১৯৬১ সালে ভারপ্রাপ্ত মহাপরিচালক
|-
| {{flag|ইটালি}}
| [[ভিত্তোরিনো ভেরোনেসে]]
| align="center" | ১৯৫৮ - ১৯৬১
|
|-
| {{flag|আমেৰিকা যুক্তৰাষ্ট্ৰ}}
| [[লুথার ইভান্স]]
| align="center" | ১৯৫৩ - ১৯৫৮
|
|-
| {{flag|আমেৰিকা যুক্তৰাষ্ট্ৰ}}
| [[জন উইলকিন্সন টেলর]]
| align="center" | ১৯৫২ - ১৯৫৩
| ১৯৫২ - ৫৩ সালে ভারপ্রাপ্ত মহাপরিচালক
|-
| {{flag|মেক্সিকো}}
| [[জৈমি তোরেস বোদেত]]
| align="center" | ১৯৪৮ - ১৯৫২
|
|-
| {{flag|আমেৰিকা যুক্তৰাষ্ট্ৰ}}
| [[জুলিয়ান হাক্সলে]]
| align="center" | ১৯৪৬ - ১৯৪৮
|
|}
 
==তথ্যসূত্ৰ==