অসমৰ বান্ধ আৰু জলাধাৰসমূহৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

বান্ধ হৈছে প্ৰাকৃতিক ভাবে প্ৰবাহিত পানী বা ভূগৰ্ভস্থ জলপ্ৰবাহবন্ধ বা সীমিত কৰা একপ্ৰকাৰৰ কৃত্ৰিম বাধা। বান্ধৰ ফলত কৃত্ৰিম জলাধাৰৰ সৃষ্টি হয়। বান্ধৰ দ্বাৰা সৃষ্টি হোৱা জলাধাৰবোৰে বানপানী ৰোধ কৰাৰ লগতে জলসিঞ্চন, মানুহৰ দৈনন্দিন ব্যৱহাৰ, ঔদ্যোগিক ব্যৱহাৰ, মীনপালন, জলঅৰ্থনীতি আৰু যাতায়তৰ বাবে পানী প্ৰদান কৰে। প্ৰায়ে বান্ধৰ সৈতে শক্তিগৃহ স্থাপন কৰি জলবিদ্যুৎ উৎপাদন কৰা হয়। অসমত অৱস্থিত বান্ধ আৰু জলাধাৰসমূহৰ তালিকা তলত উল্লেখ কৰা হ'ল:[1]

খানদং বান্ধ
নদী বান্ধ উচ্চতা দৈৰ্ঘ্য প্ৰকাৰ সংৰক্ষণ ক্ষমতা জলাধাৰৰ কালি অৱস্থা
পাগলাদিয়া নদী পাগলাদিয়া বান্ধ 26.2 মিটাৰ (86 ফুট) 230 মিটাৰ (755 ফুট) ভূমি বান্ধ নিৰ্মাণ চলি আছে
কপিলী নদী খানদং বান্ধ 66 মিটাৰ (217 ফুট) 243 মিটাৰ (797 ফুট) মাধ্যাকৰ্ষণ বান্ধ সম্পূৰ্ণ[2]
উমৰং নালাহ উমৰং বান্ধ 30 মিটাৰ (98 ফুট) 143 মিটাৰ (469 ফুট) মাধ্যাকৰ্ষণ বান্ধ সম্পূৰ্ণ[2]
সোৱণশিৰি নদী নামনি সোৱণশিৰি বান্ধ 130 মিটাৰ (427 ফুট) 284 মিটাৰ (932 ফুট) মাধ্যাকৰ্ষণ বান্ধ 1.365 ঘন কিলোমিটাৰ 33.5 বৰ্গ কি.মি. (8,278 একৰs) নিৰ্মাণ চলি আছে
বৰপানী নদী কাৰ্বি লাংপি বান্ধ 35 মিটাৰ (115 ফুট) 197 মিটাৰ (646 ফুট) মাধ্যাকৰ্ষণ বান্ধ সম্পূৰ্ণ[2]

তথ্য উৎস সম্পাদনা কৰক