ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়৷ এই বঁটাত আছে ৩ লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি৷ ১৯৬১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷

অৰ্জুন বঁটা
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী ক্ৰীড়া (ব্যক্তিগত)
প্ৰতিষ্ঠা ১৯৬১
প্ৰথমবাৰ প্ৰদান ১৯৬১
অন্তিমবাৰ প্ৰদান ২০০৭
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
বঁটাৰ মৰ্যদা
ৰাজীৱ গান্ধী খেলৰত্নঅৰ্জুন বঁটা

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক