আলজেমাৰ ৰোগ

এক প্ৰকাৰৰ স্নায়বিক ৰোগ

আলজেমাৰ ৰোগ (ইংৰাজী: Alzheimer's disease; (AD), Alzheimer disease, বা চমুকৈ Alzheimer's বুলিও কোৱা হয়।) হৈছে এক প্ৰকাৰৰ স্নায়বিক ৰোগ।[1] ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ (তৎকালীন স্মৃতি) কৰাত অসুবিধা হোৱা।[1] ৰোগৰ প্ৰাৱল্য বৃদ্ধি হোৱাৰ লগে লগে ভাষাৰ সমস্যা, উৎসাহ হেৰাই যোৱা, আচৰণগত সমস্যা আদিয়েও দেখা দিয়ে।[1] ৰোগীৰ অৱস্থাৰ অধিক অৱনতি হ'লে, তেওঁলোকক প্ৰায়ে পৰিয়াল আৰু সমাজৰ পৰা বহিষ্কাৰ কৰা হয়।[1] ক্ৰমান্নয়ে, দৈহিক কাৰ্যকাৰিতা লুপ্ত হয় আৰু ৰোগীজন মৃত্যুমুখত পৰে।[2] যদিও ৰোগ বৃদ্ধিৰ হাৰ ভিন্ন, গড় হিতাপে ৰোগী নৰ পৰা দহ বছৰৰ ভিতৰত মৃত্যুমুখত পৰে।[3]

আলজেমাৰ ৰোগ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

এটা সাধাৰণ মগজু (বাঁও) আৰু এজন আলজেমাৰ ৰোগীৰ মগজুৰ (সোঁ) তুলনা। পাৰ্থক্য দেখুওৱা লক্ষণবোৰ প্ৰদৰ্শন কৰা হৈছে।
আই.চি.ডি.-10 G30, F00
আই.চি.ডি.-9 331.0, 290.1
OMIM 104300
ডিজিজেছ ডে'টাবে'ছ 490
মেডলাইন প্লাছ 000760
ইমেডিচিন neuro/13
MeSH D000544

আলজেমাৰ ৰোগৰ কাৰকসমূহ সম্পূৰ্ণৰূপে বুজা গৈছে।[1] প্ৰায় ৭০% ৰোগৰ কাৰণ বংশগত বুলি বিশ্বাস কৰা হয়; সাধাৰণতে বহুতো জিন জড়িত হৈ থাকে।[4] অন্যান্য কাৰকবোৰ হৈছে মূৰৰ আঘাত, অৱসাদ, বা দুশ্চিন্তা[1] এই ৰোগ মগজুplaques আৰু tanglesৰ লগত জড়িত।[4] ৰোগৰ ইতিহাস আৰু মেডিকেল ইমেজিং আৰু ৰক্ত পৰীক্ষাৰ দ্বাৰা অন্য সম্ভাৱনীয় কাৰক নিৰ্ধাৰণৰ সংজ্ঞানাত্মক অভীক্ষা ভিত্তিত ইয়াৰ চিকিৎসা কৰা হয়।[5] মগজুৰ কলা পৰীক্ষা কৰি ৰোগ নিৰ্ধাৰণ কৰা হয়।[4] নিয়মিত মানসিক আৰু শাৰীৰিক ব্যায়াম কৰিলে আৰু মেদবহুলতাৰ পৰা আঁতৰত থাকিলে এই ৰোগৰ সম্ভাৱনা বহু হ্ৰাস পায়।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Burns A, Iliffe S (5 February 2009). "Alzheimer's disease". BMJ খণ্ড 338: b158. doi:10.1136/bmj.b158. PMID 19196745. 
  2. "About Alzheimer's Disease: Symptoms". National Institute on Aging. http://www.nia.nih.gov/alzheimers/topics/symptoms। আহৰণ কৰা হৈছে: 28 December 2011. 
  3. Todd S, Barr S, Roberts M, Passmore AP (November 2013). "Survival in dementia and predictors of mortality: a review". International Journal of Geriatric Psychiatry খণ্ড 28 (11): 1109–24. doi:10.1002/gps.3946. PMID 23526458. 
  4. 4.0 4.1 4.2 4.3 "Alzheimer's disease.". Lancet খণ্ড 377 (9770): 1019–31. 19 March 2011. doi:10.1016/S0140-6736(10)61349-9. PMID 21371747. 
  5. "Dementia diagnosis and assessment". National Institute for Health and Care Excellence (NICE). Archived from the original on 5 December 2014. https://web.archive.org/web/20141205184403/http://pathways.nice.org.uk/pathways/dementia/dementia-diagnosis-and-assessment.pdf। আহৰণ কৰা হৈছে: 30 November 2014. 
বৰ্গীকৰণ
বাহ্যিক সমল