আলেকজেণ্ডাৰ গ্ৰাহাম বে'ল

আলেকজেণ্ডাৰ গ্ৰাহাম বে'ল (ইংৰাজী: Alexander Graham Bell) হৈছে বিজ্ঞানী আৰু উদ্ভাৱক।

আলেকজেণ্ডাৰ গ্ৰাহাম বে'ল
জন্ম ৩ মাৰ্চ ১৮৪৭
ইংলেণ্ডৰ এডিনবাৰ্গ
মৃত্যু ২ আগষ্ট ১৯২২
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ
উল্লেখযোগ্য বঁটা #১৮৮৩ চনত নেচনেল অকাডেমী অৱ চাইন্সৰ সদস্য পদ লাভ।
  1. ১৯০২ চনত আলবাৰ্ট মেডেল লাভ কৰে।
  2. ১৯১৪ চনত আইইই এডিসন মেডেল লাভ কৰে।

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৮৪৭ চনৰ ৩ মাৰ্চত ইংলেণ্ডৰ এডিনবাৰ্গ চহৰত আলেকজেণ্ডাৰ গ্ৰাহাম বে'লৰ জন্ম হয়।[1]তেখেতৰ পিতৃৰ নাম আলেকজেণ্ডাৰ মেলভিল বে'ল আৰু মাতৃৰ নাম এলিজা গ্ৰেইস সাইমন্ডস বে'ল।

শিক্ষা সম্পাদনা কৰক

গ্ৰাহাম বে'লে এডিনবাৰ্গ স্কুল আৰু পিছলৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত ইয়াতেই স্নাতক ডিগ্ৰী লাভ কৰি লণ্ডন বিশ্ববিদ্যালয়ত নাম লগায়।[2] শেষত জাৰ্মানীৰ উজবাৰ্গ বিশ্ববিদ্যালয় পৰা তেওঁ ডক্টৰেট উপাধি লাভ কৰে।[3]

চাকৰি জীৱন সম্পাদনা কৰক

উদ্ভাৱক আৰু বিজ্ঞানী হিচাপে তেওঁ কৰ্মজীৱন আগবঢ়ায়।

পৰিচিতৰ কাৰণ সম্পাদনা কৰক

প্ৰথম টেলিফোন আৱিষ্কাৰক হিচাপে খ্যাত। ১৮৭৬ চনৰ জানুৱাৰী মাহত গ্ৰাহাম বে'লে টেলিফোন যন্ত্ৰ আবিষ্কাৰ কৰি উলিয়াই।[4]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  1. ১৮৮৩ চনত নেচনেল একাডেমী অৱ চাইন্সৰ সদস্য পদ লাভ।
  2. ১৯০২ চনত আলবাৰ্ট মেডেল লাভ কৰে।
  3. ১৯১৪ চনত আইইই এডিসন মেডেল লাভ কৰে।

মৃত্যু সম্পাদনা কৰক

১৯২২ চনত দুই আগষ্ট তাৰিখে গ্ৰাহাম বে'লৰ মৃত্যু হয়।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৪
  2. বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা:১৩৪
  3. বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৪
  4. বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৫
  5. বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ১৩৭