আৱিষ্কাৰ আৰু আৱিষ্কাৰক

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নামসমূহ তলত উল্লেখ কৰা হ’ল:

অ-ঔ সম্পাদনা কৰক

ক্ৰমিক নং আৱিষ্কাৰ আৱিষ্কাৰক দেশ চন তথ্য প্ৰসংগ
অনাতাঁৰ জি. মাৰ্কনি ইটালী ১৯০১ [1]
এক্সৰে ৰোয়েণ্টজেন জাৰ্মানী ১৮৯৫
এৰোপ্লেন ৰাইট ভাতৃদ্বয় আমেৰিকা ১৯০৩

ক-ঙ সম্পাদনা কৰক

ক্ৰমিক নং আৱিষ্কাৰ আৱিষ্কাৰক দেশ চন তথ্য প্ৰসংগ
কলাজ্বৰৰ ইনজেকচন ব্ৰহ্মচাৰী ভাৰত ১৯২২ [1]
গ্ৰামোফোন টমাছ আলভা এডিচন আমেৰিকা ১৮৭৮

চ-ঞ সম্পাদনা কৰক

ক্ৰমিক নং আৱিষ্কাৰ আৱিষ্কাৰক দেশ চন তথ্য প্ৰসংগ
ছপাৰ যন্ত্ৰ গুতেনবাৰ্গ জাৰ্মানী ১৪৫০ [1]
চাবমেৰিন ডেভিড ব্ৰুচনেল আমেৰিকা ১৭৭৬
চিলাইকল বি. থিমোনিয়েৰ ফ্ৰান্স ১৮২৯
জুইশলা জন ওৱাকাৰ ইংলেণ্ড ১৮২৭
জেটপ্লেন হুইটলি ইংলেণ্ড ১৯৩৭

ট-ণ সম্পাদনা কৰক

ক্ৰমিক নং আৱিষ্কাৰ আৱিষ্কাৰক দেশ চন তথ্য প্ৰসংগ
টাইপ ৰাইটাৰ চি. চোলচ আমেৰিকা ১৮৬৮ [1]
টেলিস্কোপ এইচ. লিপাৰচে নেদাৰলেণ্ড ১৬০৮
টেলিগ্ৰাম এম. লেমণ্ড ফ্ৰান্স ১৭৮৭
টেলিফোন এ. গ্ৰাহামবেল আমেৰিকা ১৮৭৬
টেলিভিছন বেয়াৰ্ড ইংলেণ্ড ১৯২৬
টেংক (যুদ্ধৰ) ই. চুইংটন ইংলেণ্ড ১৯১৪
ট্ৰেক্টৰ বি. হোল্ট আমেৰিকা ১৯০০
ডায়নামো এইচ. পিক্সি ফ্ৰান্স ১৮৩২
ডিজেল ইঞ্জিন ৰুডফল ডিজেল জাৰ্মানী ১৮৯৫
১০ ডিনামাইট আলফ্ৰেড নোবেল ছুইডেন ১৮৬৬

ত-ন সম্পাদনা কৰক

ক্ৰমিক নং আৱিষ্কাৰ আৱিষ্কাৰক দেশ চন তথ্য প্ৰসংগ
থাৰ্মোমিটাৰ গেলিলিও গেলিলী ইটালী ১৫৯৩ [1]
নাইলন কাৰুথাৰ্চ আমেৰিকা ১৯৩৭

প-ম সম্পাদনা কৰক

ক্ৰমিক নং আৱিষ্কাৰ আৱিষ্কাৰক দেশ চন তথ্য প্ৰসংগ
পেণ্ডুলাম ঘড়ী জি. হাইজেনচন নেডাৰলেণ্ড ১৬৫৬ [1]
পিস্তল কোল্ট আমেৰিকা ১৮৩৫
বাইচাইকেল ম্যাকমিলান স্কটলেণ্ড ১৮৪০
বেৰোমিটাৰ ই. টৰিচেলি ইটালী ১৬৪৩
ফটোগ্ৰাফী (ধাতুৰ পাতত) নেকী ফ্ৰান্স ১৮২৬
ফটোগ্ৰাফী (কাগজত) টেলবট ইংলেণ্ড ১৮৩৫
ফটোগ্ৰাফী (ফিল্মত) জন কাৰবাট আমেৰিকা ১৮৮৮
ফাউণ্টেইনপেন এল. ই. ওৱাটাৰমেন আমেৰিকা ১৮৮৪
বেকেলাইট বেকলেণ্ড বেলজিয়াম ১৯০৭
১০ বেলুন মণ্টগ্ৰফাৰ ভাতৃদ্বয় ফ্ৰান্স ১৭৮৩
১১ মটৰচাইকেল ডেমলাৰ জাৰ্মানী ১৮৮৫
১২ মাইক্ৰোস্কোপ জেদ. জ্যানচন নেডাৰলেণ্ড ১৫৯০
১৩ মেচিনগান আৰ. জে. গেটলিং আমেৰিকা ১৮৬১
১৪ মোভি প্ৰোজেক্টৰ জেনকিন্‌চ আমেৰিকা ১৮৯৩

য-ক্ষ সম্পাদনা কৰক

ক্ৰমিক নং আৱিষ্কাৰ আৱিষ্কাৰক দেশ চন তথ্য প্ৰসংগ
ষ্টীম ইঞ্জিন জেমচ ওৱাট স্কটলেণ্ড ১৭৬৫ [1]
ষ্টেথিচস্কোপ ড॰ উইলিয়াম ষ্টোকচ ইংলেণ্ড ১৮১৯
ৰিফ্ৰেজাৰেটৰ জেমছ হেৰিছন স্কটলেণ্ড ১৮৫১
ৰেয়ন চোয়েল ইংলেণ্ড ১৮৮৩
শীত-তাপ-নিয়ন্ত্ৰণ কেৰিয়াৰ আমেৰিকা ১৯১১
ৰাডাৰ টেলাৰ আৰু ইয়ং আমেৰিকা ১৯২২
লাউড স্পীকাৰ ৰাইচ কেল’গ আমেৰিকা ১৯২৪
হেলিকপ্তাৰ ই. অমিছেন ফ্ৰান্স ১৯২৪
ৰকেট গৰ্ডাড আমেৰিকা ১৯২৯
১০ লিনোটাইপ ও. মাৰ্গেন থেলাৰ আমেৰিকা ১৮৮৫

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 বৰদলৈ, দুলাল (সংশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণ : ২০০১). জ্ঞান-বিজ্ঞানৰ সঁফুৰা; বিজ্ঞানৰ নানা কথা (আৱিষ্কাৰ আৰু আৱিষ্কাৰক). পৃষ্ঠা. ১৮৯-১৯০. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

  1. আৱিষ্কাৰ আৰু আৱিষ্কাৰক Archived 2020-08-13 at the Wayback Machine