ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩

২০১৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ, সংক্ষেপে আই পি এল ৬ বা আই পি এল ২০১৩ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা ২০০৭ চনত প্ৰতিষ্ঠাপিত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ ষষ্ঠ বৰ্ষ। ২০১৩ চনৰ ৩ এপ্ৰিলত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ মে'লৈকে চলিব আৰু এইবাৰ মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে।[1] ২০১৩ চনৰ ২ এপ্ৰিল তাৰিখে কলকাতাছল্ট লে'ক ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হয়। প্ৰতিযোগিতাখনত পেপছিক'ই শিৰোনাম স্পনছৰ কৰা এইটো প্ৰথম বৰ্ষ। এই বৰ্ষৰ আই পি এলৰ ডিফেণ্ডিং চেম্পিয়ন হ'ল কলকাতা নাইট ৰাইডাৰ্ছ, তেওঁলোকে ২০১২ চনৰ আই পি এলৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি বিজয়ী হৈছিল।

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩
দিনাংক ৩ এপ্ৰিল ২০১৩ –
২৬ মে' ২০১৩
প্ৰশাসক(সমূহ) বি চি চি আই
ধৰণ টুৱেণ্টি২০
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) গ্ৰুপ পৰ্যায় আৰু প্লে' অফ
আয়োজক(সমূহ)  ভাৰত
দলৰ সংখ্যা
মুঠ খেলৰ সংখ্যা ৭৬
আনুষ্ঠানিক ৱেবছাইট iplt20.com

নেপথ্য সম্পাদনা কৰক

স্পনছৰ সম্পাদনা কৰক

২০১৩ চনত ডি এল এফ লিমিটেডক আঁতৰাই পেপছিক’ই আই পি এলৰ শিৰোনাম স্পনছৰ কৰে। ডি এল এফৰ ২৫০ কোটিৰ প্ৰাৰম্ভিক ৫ বছৰীয়া চুক্তিটোৰ ২০১২ চনত ম্যাদ উকলি যায় আৰু ২০১৩ চনত ৫ বছৰৰ কাৰণে পেপছিক’ই ৩৯৬.৮ কোটিত এই চুক্তি কৰে।[2][3] ডি এল এফতকৈ বেছি মূল্যত এই স্পনছৰ কৰা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত পেপছিক’ৰ এজন প্ৰতিনিধিয়ে কয় যে তেওঁলোকে যিমান খৰচ কৰিছে, তাৰ ৫-৬ গুণ বেছি ধন তেওঁলোকে ঘূৰাই পাব। অৱশ্যে ব্ৰাণ্ড ফাইনেন্সৰ মতে ২০১০ চনৰ $৪.১ বিলিয়ন মূল্যৰ আই পি এলৰ ব্ৰাণ্ড মূল্য কমি গৈ ২০১২ চনত $২.৯ বিলিয়ন হৈছেগৈ আৰু আই পি এলৰ দুৰদৰ্শন ৰেটিঙো যোৱা দুবছৰত কমি আহিছে।[4]


ডেক্কান চাৰজাৰ্ছৰ নিলম্বন সম্পাদনা কৰক

ক’চি টাস্কাৰ্ছ কেৰালা আই পি এলৰপৰা প্ৰথম নিলম্বিত হোৱাৰ পাছত দ্বিতীয়টো নিলম্বিত দল হিচাপে পৰিগণিত হয় ২০০৯ চনৰ বিজয়ী ডেক্কান চাৰজাৰ্ছব’ম্বে উচ্চ ন্যায়ালয় আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ত বহু চেষ্টাৰ পিছতো ডেক্কানৰ স্বতাধিকাৰীয়ে দলটো বচাব নোৱাৰিলে। চাৰজাৰ্ছৰ নিলম্বনৰ লগে লগেই বি চি চি আয়ে হায়দৰাবাদ ফ্ৰেন্সাইজিৰ কাৰণে নতুন নিবিদা আহ্বান কৰিলে। ২০১২ চনৰ ২৫ অক্টোবৰত ঘোষণা কৰা হয় যে ছান টিভি নেটৱৰ্কে বাৰ্ষিক ৮৫.০৫ কোটি মূল্যত এই ফ্ৰেন্সাইজি লাভ কৰে।[5] নতুন দলটোৰ নাম দিয়া হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ[6]

খেলুৱৈৰ সালসলনি সম্পাদনা কৰক

২০১২ চনৰ অক্টোবৰত দলসমূহক তেওঁলোকৰ খেলুৱৈ খৰচ কমাবৰ কাৰণে যিকোনো সংখ্যক খেলুৱৈক চুক্তিৰপৰা মুক্তি দিবলৈ অনুমতি দিয়া হৈছিল। চুক্তিৰপৰা মুক্ত খেলুৱৈসকলক পুনৰ নিলামত ভৰ্তি হোৱাৰ সুবিধা দিয়া হৈছিল। ২০১৩ চনৰ ৩ ফেব্ৰুৱাৰীত নিলাম অনুষ্ঠিত হৈছিল,[7] য’ত ৩৭ জন খেলুৱৈ বিক্ৰী হৈছিল।[8]

বিদেশী খেলুৱৈৰ অংশগ্ৰহণ সম্পাদনা কৰক

যদিও ২০১২ চনৰ ডিচেম্বৰ আৰু ২০১৩ চনৰ জানুৱাৰী মাহত পাকিস্থান ক্ৰিকেট দলে ভাৰতত খেলি যোৱাৰ পাছত দুয়োখন দেশৰ মাজৰ ক্ৰিকেটীয় সম্বন্ধৰ পুনৰ্স্থাপন কিছু পৰিমাণে আগবাঢ়িছে, তথাপি ২০১৩ চনৰ আই পি এলৰ নিলামত কোনো পাকিস্থানী খেলুৱৈক অন্তৰ্ভুক্ত কৰা নহ’ল।[9][10] বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে বাংলাদেশী খেলুৱৈসকলক আই পি এলত খেলিবৰ কাৰণে প্ৰয়োজন হোৱা ন’ অবজেক্চন চাৰ্টিফিকেট (NOC) প্ৰদান নকৰাৰ সিদ্ধান্ত লোৱাৰ ফলত এই প্ৰতিযোগিতাত বাংলাদেশী খেলুৱৈৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিল। বাংলাদেশ ক্ৰিকেট দলৰ জিম্বাব’ৱে ভ্ৰমণ আৰু আই পি এলৰ তাৰিখ একেসময়তে পৰাৰ কাৰণে ব’ৰ্ডে এই সিদ্ধান্ত লয়। অৱশ্যে ইয়াৰ দ্বাৰা প্ৰভাৱিত খেলুৱৈদ্বয় শ্বাকিব অল হাছান আৰু তামিম ইকবাল দুয়োজন আঘাতৰ বাবে আই পি এলত অংশগ্ৰহণ কৰিব পৰা নাই।[11]

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ কেইদিনমান আগতে আই পি এল গৱৰ্ণিং কাউন্সিলে ঘোষণা কৰে যে শ্ৰীলংকাৰ ক্ৰিকেটাৰ আৰু বিষয়ববীয়াসকলক চেন্নাইত অনুষ্ঠিত হ’বলগা খেলসমূহত ভাগ ল’বলৈ দিয়া নহ’ব।[12] সিংহলী আৰু শ্ৰীলংকান তামিলসকলৰ মাজৰ ethnicity বিবাদৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক অশান্তিৰ ফলত এই সিদ্ধান্ত লোৱা হয়। তামিল নাডুৰ জনসাধাৰণৰ সিংহলী বিৰোধী ভাবধাৰাই শ্ৰীলংকাৰ খেলুৱৈৰ সুৰক্ষাত ভাবুকিৰ সৃষ্টি কৰিছিল। তামিল নাডুৰ মুখ্যমন্ত্ৰী জয়াললিতাই শ্ৰীলংকাৰ খেলুৱৈক নিষিদ্ধ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখে আৰু ইয়াৰ পাছতে কাউন্সিলে এই সিদ্ধান্ত লয়।[13]

উদ্বোধনী অনুষ্ঠান সম্পাদনা কৰক

 
ছল্ট লে'ক ষ্টেডিয়াম, কলকাতা, উদ্বোধনী অনুষ্ঠানৰ স্থান

ভাৰতৰ সৰ্ববৃহৎ ষ্টেডিয়াম আৰু আসনৰ সংখ্যাৰ হিচাপত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টেডিয়াম, কলকাতাছল্ট লে'ক ষ্টেডিয়াম বা যুৱ ভাৰতী ক্ৰীড়াংগনত ২০১৩ চনৰ ২ এপ্ৰিল তাৰিখে এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আটাইকেইটা দলে নিজৰ নিজৰ অধিনায়কৰ নেতৃত্বত এম চি চি স্পিৰিট অৱ ক্ৰিকেট শপত লয়। আমেৰিকান ৰেপ গায়ক পিটবুল আৰু বলিউদৰ অভিনেতা শ্বাহৰুখ খান, অভিনেত্ৰী কেট্ৰিনা কেইফ আৰু দীপিকা পাডুকনে নৃত্য-গীত পৰিৱেশন কৰা এই উদ্বোধনী অনুষ্ঠানত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও উপস্থিত থাকে।[14][15][16]


স্থানসমূহ সম্পাদনা কৰক

১২খন ঠাইৰ খেলপথাৰত ২০১৩ চনৰ আই পি এলৰ খেলসমূহ অনুষ্ঠিত হৈছে। ইয়াৰে ৰায়পুৰ আৰু ৰাঁচিয়ে প্ৰথমবাৰৰ কাৰণে আই পি এলৰ খেল আয়োজন কৰিছে।[17] প্লে' অফ পৰ্যায়ত ১ম কোৱালিফায়াৰ আৰু এলিমিনেটৰ চেন্নাইত আৰু দ্বিতীয় কোৱালিফায়াৰ আৰু ফাইনেল কলকাতাত অনুষ্ঠিত হ'ব, কিয়নো কলকাতা আৰু চেন্নাইৰ দল দুটা আগৰ বছৰৰ ক্ৰমে বিজয়ী আৰু ৰাণাৰ্ছ-আপ আছিল।[18]

জয়পুৰ ধৰমশালা ম'হালি দিল্লী
ৰাজস্থান ৰয়েল্‌ছ কিংছ XI পঞ্জাব কিংছ XI পঞ্জাব দিল্লী ডেৰডেভিল্‌ছ
ছাৱাই মানসিং ষ্টেডিয়াম এইচ পি চি এ ষ্টেডিয়াম পঞ্জাব ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম ফিৰোজ শ্বাহ কোটলা
সামৰ্থ্য: ৩০,০০০ সামৰ্থ্য: ২৩,০০০ সামৰ্থ্য: ৩০,০০০ সামৰ্থ্য: ৪৮,০০০
     
মুম্বাই কলকাতা
মুম্বাই ইণ্ডিয়ান্‌ছ কলকাতা নাইট ৰাইডাৰ্ছ
ৱানখেড়ে ষ্টেডিয়াম ইডেন গাৰ্ডেন
সামৰ্থ্য: ৪৫,০০০ সামৰ্থ্য: ৬৭,০০০[19]
   
পুণে ৰাঁচি
পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়া কলকাতা নাইট ৰাইডাৰ্ছ
মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম জে এছ চি এ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম
সামৰ্থ্য: ৫৫,০০০ সামৰ্থ্য: ৩৫,০০০
 
বাংগাল'ৰ চেন্নাই হায়দৰাবাদ ৰায়পুৰ
ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদ দিল্লী ডেৰডেভিল্‌ছ
এম চিন্নাস্বামী ষ্টেডিয়াম এম এ চিদাম্বৰম ষ্টেডিয়াম ৰাজীৱ গান্ধী ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম ৰায়পুৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম
সামৰ্থ্য: ৫৫,০০০ সামৰ্থ্য: ৫০,০০০ সামৰ্থ্য: ৫৫,০০০ সামৰ্থ্য: ৬৫,০০০
       

দলসমূহৰ অৱস্থান সম্পাদনা কৰক

দল[20] মুঠ W L NR পইণ্ট NRR
ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ +০.৫৭৫
ছানৰাইজাৰ্ছ হায়দৰাবাদ +০.১৩৯
মুম্বাই ইণ্ডিয়ান্‌ছ +০.৮৫০
ৰাজস্থান ৰয়েল্‌ছ +০.১৮৬
কিংছ XI পঞ্জাব +০.৯৮৬
চেন্নাই ছুপাৰ কিংছ +০.২৯৬
কলকাতা নাইট ৰাইডাৰ্ছ -০.৫২৪
পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়া -১.১০৬
দিল্লী ডেৰডেভিল্‌ছ -১.১০৬

লীগৰ প্ৰগতি সম্পাদনা কৰক

গ্ৰুপ পৰ্যায়ৰ খেল প্লে' অফ
দল ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ Q1 Q2 F
চেন্নাই ছুপাৰ কিংছ ? ? ? ? ? ? ? ? ? ? ? ? ? ?
দিল্লী ডেৰডেভিল্‌ছ ? ? ? ? ? ? ? ? ? ? ? ?
কিংছ XI পঞ্জাব ? ? ? ? ? ? ? ? ? ? ? ? ? ?
কলকাতা নাইট ৰাইডাৰ্ছ ? ? ? ? ? ? ? ? ? ? ? ? ?
মুম্বাই ইণ্ডিয়ান্‌ছ ? ? ? ? ? ? ? ? ? ? ? ? ?
পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়া ? ? ? ? ? ? ? ? ? ? ? ? ?
ৰাজস্থান ৰয়েল্‌ছ ? ? ? ? ? ? ? ? ? ? ? ? ?
ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ ? ? ? ? ? ? ? ? ? ? ? ?
ছানৰাইজাৰ্ছ হায়দৰাবাদ ? ? ? ? ? ? ? ? ? ? ? ?
টোকা: গ্ৰুপ পৰ্যায়ৰ খেলৰ শেষত মুঠ পইণ্ট তালিকাত দিয়া হৈছে।
বিজয়ী পৰাজিত ফলাফল নাই
নোট: খেলৰ সাৰাংশ চাবলৈ পইণ্ট (গ্ৰুপ পৰ্যায়) বা W/L-ত (প্লে' অফ) ক্লিক কৰক।
গ্ৰুপ পৰ্যায়ৰ পৰা বিদায়

ফলাফল সম্পাদনা কৰক

গ্ৰুপ পৰ্যায় সম্পাদনা কৰক

ভ্ৰমণকাৰী দল → চেন্নাই
ছুপাৰ কিংছ
দিল্লী
ডেৰডেভিল্‌ছ
কিংছ XI
পঞ্জাব
কলকাতা
নাইট ৰাইডাৰ্ছ
মুম্বাই
ইণ্ডিয়ান্‌ছ
পুণে
ৱৰিয়ৰ্ছ ইণ্ডিয়া
ৰাজস্থান
ৰয়েল্‌ছ
ৰয়েল চেলেঞ্জাৰ্ছ
বাংগাল'ৰ
ছানৰাইজাৰ্ছ
হায়দৰাবাদ
ঘৰুৱা দল ↓
চেন্নাই ছুপাৰ কিংছ Match 65 Match 44 Match 37 মুম্বাই
৯ ৰাণ
Match 18 Match 29 Match 15 Match 33
দিল্লী ডেৰডেভিল্‌ছ Match 23 Match 62 Match 43 Match 27 Match 38 ৰাজস্থান
৫ ৰাণ
Match 57 হায়দৰাবাদ
৩ ৱিকেট
কিংছ XI পঞ্জাব চেন্নাই
১০ ৱিকেট
Match 31 Match 19 Match 69 Match 28 Match 55 Match 67 Match 59
কলকাতা নাইট ৰাইডাৰ্ছ Match 25 কলকাতা
৬ ৱিকেট
Match 34 Match 32 Match 64 Match 46 Match 60 Match 16
মুম্বাই ইণ্ডিয়ান্‌ছ Match 49 মুম্বাই
৪৪ ৰাণ
Match 40 Match 53 Match 14 Match 66 Match 36 Match 63
পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়া Match 41 Match 70 পঞ্জাব
৮ ৱিকেট
Match 56 Match 58 পুণে
৭ ৱিকেট
Match 45 Match 21
ৰাজস্থান ৰয়েল্‌ছ Match 61 Match 52 Match 17 ৰাজস্থান
১৯ ৰাণ
Match 22 Match 50 Match 39 Match 35
ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ Match 71 Match 20 Match 48 বাংগাল'ৰ
৮ ৱিকেট
বাংগাল'ৰ
২ ৰাণ
Match 30 Match 26 বাংগাল'ৰ
৭ ৱিকেট
ছানৰাইজাৰ্ছ হায়দৰাবাদ Match 54 Match 47 Match 24 Match 72 Match 42 হায়দৰাবাদ
২২ ৰাণ
Match 68 হায়দৰাবাদ
ছুপাৰ অ'ভাৰ
ঘৰুৱা দল বিজয়ী ভ্ৰমণকাৰী দল বিজয়ী Match abandoned

টোকা: খেলৰ সাৰাংশ চাবলৈ ফলাফলত ক্লিক কৰক।



প্লে' অফ পৰ্যায় সম্পাদনা কৰক

প্ৰিলিমিনেৰী ফাইনেল
  ২৬ মে' — ইডেন গাৰ্ডেন, কলকাতা
২১ মে' — এম এ চিদাম্বৰম ষ্টেডিয়াম, চে'পক, চেন্নাই
   
       
     
 
২৪ মে' — ইডেন গাৰ্ডেন, কলকাতা
   
   
 
২২ মে' — এম এ চিদাম্বৰম ষ্টেডিয়াম, চে'পক, চেন্নাই
   
   
 

খেলসমূহৰ সাৰাংশ সম্পাদনা কৰক

সকলো সময় ভাৰতীয় মান সময় অনুসৰি (UTC+05:30)

গ্ৰুপ পৰ্যায় সম্পাদনা কৰক

৩ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
 কলকাতা নাইট ৰাইডাৰ্ছ (H)
১২৯/৪ (১৮.৪ অ'ভাৰ)
গৌতম গম্ভীৰ ৪১ (২৯)
শ্বাহবাজ নাদীম ২/২২ (৪ অ'ভাৰ)
কলকাতা নাইট ৰাইডাৰ্ছ ৬ ৱিকেটত বিজয়ী
ইডেন গাৰ্ডেন, কলকাতা
আম্পায়াৰ: এছ ৰবি (ভাৰত) আৰু ছাইমন ট'ফেল (অষ্ট্ৰেলিয়া)
শ্ৰেষ্ঠ খেলুৱৈ: সুনিল নাৰাইণ
  • কলকাতা নাইট ৰাইডাৰ্ছে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

৪ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
ক্ৰিছ গেইল ৯২* (৫৮)
জছপ্ৰিত বুমৰাহ ৩/৩২ (৪ অ'ভাৰ)
দিনেশ কাৰ্তিক ৬০ (৩৭)
বিনয় কুমাৰ ৩/৩৭ (৪ অ'ভাৰ)
ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ ২ ৰাণত বিজয়ী।
এম চিন্নাস্বামী ষ্টেডিয়াম, বাংগাল'ৰ
আম্পায়াৰ: বিনীত কুলকাৰ্ণি (ভাৰত) আৰু ছেট্টিথ'ড়ী শ্বামছুদ্দিন (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: ক্ৰিছ গেইল
  • মুম্বাই ইণ্ডিয়ান্‌ছে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।
  • প্ৰথমবাৰৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰে ঘৰুৱা খেলপথাৰত মুম্বাই ইণ্ডিয়ান্‌ছক পৰাজিত কৰে।

৫ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
থিছাৰা পেৰেৰা ৩০ (১৮)
অশোক দিণ্ডা ২/২৯ (৪ অ'ভাৰ)
ৰবিন উথাপ্পা ২৪ (২২)
ডেল ষ্টেইন ৩/১১ (৩.৫ অ'ভাৰ)
ছানৰাইজাৰ্ছ হায়দৰাবাদ ২২ ৰাণত বিজয়ী।
ৰাজীৱ গান্ধী ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম, হায়দৰাবাদ
আম্পায়াৰ: এছ ৰবি (ভাৰত) আৰু ছাইমন ট'ফেল (অষ্ট্ৰেলিয়া)
শ্ৰেষ্ঠ খেলুৱৈ: অমিত মিশ্ৰ ৩/১৯ (৪ অ'ভাৰ) (ছানৰাইজাৰ্ছ হায়দৰাবাদ)
  • পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়াই টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।
  • আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইখনেই প্ৰথম খেল।

৬ এপ্ৰিল
১৬:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
ৰাজস্থান ৰয়েল্‌ছ
১৬৫/৭ (২০ অ'ভাৰ)
আৰু
 দিল্লী ডেৰডেভিল্‌ছ (H)
১৬০/৬ (২০ অ'ভাৰ)
ৰাহুল দ্ৰাৱিড ৬৫ (৫১)
উমেশ যাদৱ ৪/২৪ (৪ অ'ভাৰ)
ডেভিদ ৱাৰ্ণাৰ ৭৭ (৫৬)
কেভন কুপাৰ ৩/৩০ (৪ অ'ভাৰ)
ৰাজস্থান ৰয়েল্‌ছ ৫ ৰাণত বিজয়ী।
ফিৱোজ শ্বাহ ক'টলা, দিল্লী
আম্পায়াৰ: সুব্ৰত দাস (ভাৰত) আৰু ছেট্টিথ'ড়ী শ্বামছুদ্দিন (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: ৰাহুল দ্ৰাৱিড
  • ৰাজস্থান ৰয়েল্‌ছে টছত জয়ী হৈ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়।

৬ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
 চেন্নাই ছুপাৰ কিংছ (H)
১৩৯/৯ (২০ অ'ভাৰ)
কাইৰ'ণ প'লাৰ্ড ৫৭* (৩৮)
ডুৱাইন ব্ৰেভ' ২/৪৪ (৪ অ'ভাৰ)
মুম্বাই ইণ্ডিয়ান্‌ছ ৯ ৰাণত বিজয়ী
এম এ চিদাম্বৰম ষ্টেডিয়াম, চেপ'ক, চেন্নাই
আম্পায়াৰ: মাৰাইছ ইৰাছমাছ (দক্ষিণ আফ্ৰিকা) আৰু বিনীত কুলকাৰ্ণি (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: কাইৰ'ণ প'লাৰ্ড
  • মুম্বাই ইণ্ডিয়ান্‌ছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

৭ এপ্ৰিল
১৬:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
 কিংছ XI পঞ্জাব
১০০/২ (১২.২ অ'ভাৰ)
অভিষেক নায়াৰ ২৫* (২৬)
আজহাৰ মেহমুদ ২/১৯ (৪ অ'ভাৰ)
  • পুণে ৱৰিয়ৰ্ছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

৭ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
বিৰাট ক'হলি ৪৬ (৪৪)
ইশান্ত শৰ্মা ৩/২৭ (৪ অ'ভাৰ)
ছানৰাইজাৰ্ছ হায়দৰাবাদ ছুপাৰ অ'ভাৰত বিজয়ী।
ৰাজীৱ গান্ধী ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম, হায়দৰাবাদ
আম্পায়াৰ: অনিল চৌধাৰী (ভাৰত) আৰু এছ ৰবি (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: হানুমা বিহাৰি
  • ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

৮ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
ৰাজস্থান ৰয়েল্‌ছ (H)
১৪৪/৬ (২০ অ'ভাৰ)
আৰু
ব্ৰেড হ'জ ৪৬* (৩১)
সুনিল নাৰাইণ ২/২৮ (৪ অ'ভাৰ)
ইয়ন মৰগান ৫১ (৩৮)
কেভন কুপাৰ ৩/১৫ (৪ অ'ভাৰ)
ৰাজস্থান ৰয়েল্‌ছ ১৯ ৰাণত বিজয়ী
ছাৱাই মানসিং ষ্টেডিয়াম, জয়পুৰ
আম্পায়াৰ: আলীম দাৰ (পাকিস্থান) আৰু সুব্ৰত দাস (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: সিদ্ধাৰ্থ ত্ৰিৱেদি ৩/২৩ (৪ অ'ভাৰ) (ৰাজস্থান ৰয়েল্‌ছ)
  • কলকাতা নাইট ৰাইডাৰ্ছে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

৯ এপ্ৰিল
১৬:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
বিৰাট ক'হলি ৯৩* (৪৭)
কেমেৰুণ হোৱাইট ১/১৪ (১ অ'ভাৰ)
ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ ৭ ৱিকেটত বিজয়ী
এম চিন্নাস্বামী ষ্টেডিয়াম, বাংগাল'ৰ
আম্পায়াৰ: এছ ৰবি (ভাৰত) আৰু ছাইমন ট'ফেল (অষ্ট্ৰেলিয়া)
শ্ৰেষ্ঠ খেলুৱৈ: বিৰাট ক'হলি
  • ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

৯ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
মুম্বাই ইণ্ডিয়ান্‌ছ (H)
২০৯/৫ (২০ অ'ভাৰ)
আৰু
 দিল্লী ডেৰডেভিল্‌ছ
১৬৫/৯ (২০ অ'ভাৰ)
দিনেশ কাৰ্তিক ৮৬ (৪৮)
আশিস নেহৰা ২/৪৯ (৪ অ'ভাৰ)
ডেভিদ ৱাৰ্ণাৰ ৬১ (৩৭)
প্ৰজ্ঞান ওজা ২/৩৪ (৪ অ'ভাৰ)
মুম্বাই ইণ্ডিয়ান্‌ছ ৪৪ ৰাণত বিজয়ী।
ৱানখেড়ে ষ্টেডিয়াম, মুম্বাই
আম্পায়াৰ: মাৰাইছ ইৰাছমাছ (দক্ষিণ আফ্ৰিকা) আৰু বিনীত কুলকাৰ্ণি (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: দিনেশ কাৰ্তিক
  • মুম্বাই ইণ্ডিয়ান্‌ছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

১০ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
কিংছ XI পঞ্জাব (H)
১৩৮ (১৯.৫ অ'ভাৰ)
আৰু
 চেন্নাই ছুপাৰ কিংছ
১৩৯/০ (১৭.২ অ'ভাৰ)
ডেভিদ হাছী ৪১ (৩৬)
ডুৱাইন ব্ৰেভ' ৩/২৭ (৪ অ'ভাৰ)
চেন্নাই ছুপাৰ কিংছ ১০ ৱিকেটত বিজয়ী।
পঞ্জাব ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম, ম'হালি, চণ্ডিগড়
আম্পায়াৰ: আলীম দাৰ (পাকিস্থান) আৰু চি শ্বামছুদ্দিন (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: মাইকেল হাছী
  • চেন্নাই ছুপাৰ কিংছে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

১১ এপ্ৰিল
১৬:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
আৰু
ক্ৰিছ গেইল ৮৫* (৫০)
লক্ষ্মীপতি বালাজি ১/৩৩ (৩.৩ অ'ভাৰ)
ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ ৮ ৱিকেটত বিজয়ী।
এম চিন্নাস্বামী ষ্টেডিয়াম, বাংগাল'ৰ
আম্পায়াৰ: আছাদ ৰৌফ (পাকিস্থান) আৰু অনিল চৌধাৰী (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: ক্ৰিছ গেইল
  • ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।

১১ এপ্ৰিল
২০:০০ (দি/নৈ)
স্ক'ৰকাৰ্ড
ৰাজস্থান ৰয়েল্‌ছ
১৪৫/৫ (২০ অ'ভাৰ)
আৰু
 পুণে ৱেৰিয়ৰ্চ ইণ্ডিয়া (H)
১৪৮/৩ (১৮.৪ অ'ভাৰ)
ৰাহুল দ্ৰাৱিড ৫৪ (৪৮)
ৰাহুল শৰ্মা ২/১৬ (৪ অ'ভাৰ)
পুণে ৱৰিয়ৰ্ছ ইণ্ডিয়া ৭ ৱিকেটত বিজয়ী।
মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়াম, পুণে
আম্পায়াৰ: মাৰাইছ ইৰাছমাছ (দক্ষিণ আফ্ৰিকা) আৰু কৃষ্ণৰাজ শ্ৰীনাথ (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: আৰ'ন ফিঞ্চ
  • ৰাজস্থান ৰয়েল্‌ছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

১২ এপ্ৰিল
২০:০০ (দি/নৈ)
Scorecard
দিল্লী ডেৰডেভিল্‌ছ (H)
১১৪/৮ (২০ অ'ভাৰ)
আৰু
ছানৰাইজাৰ্ছ হায়দৰাবাদ ৩ ৱিকেটত বিজয়ী।
ফিৰোজ শ্বাহ কোটলা, দিল্লী
আম্পায়াৰ: আলীম দাৰ (পাকিস্থান) আৰু সুব্ৰত দাস (ভাৰত)
শ্ৰেষ্ঠ খেলুৱৈ: অমিত মিশ্ৰ ১/১৫ (৪ অ'ভাৰ), ১৬* (১৪) (ছানৰাইজাৰ্ছ হায়দৰাবাদ)
  • দিল্লী ডেৰ্‌ডেভিল্‌ছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।


























































প্লে' অফ পৰ্যায় সম্পাদনা কৰক

21 May
20:00 (দি/নৈ)
Scorecard
TBD
আৰু
 TBD

22 May
20:00 (দি/নৈ)
Scorecard
TBD
আৰু
 TBD

24 May
20:00 (দি/নৈ)
Scorecard
TBD
আৰু
 TBD
Qualifier 2
Eden Gardens, Kolkata

26 May
20:00 (দি/নৈ)
Scorecard
TBD
আৰু
 TBD

পৰিসংখ্যা সম্পাদনা কৰক

সৰ্বাধিক ৰাণ সম্পাদনা কৰক

নাগৰিকত্ব খেলুৱৈ[21] দল ইনিংছ ৰাণ গড় ষ্ট্ৰাইক ৰে'ট সৰ্বোচ্চ স্ক'ৰ শতক অৰ্ধশতক
  ক'হলি, বিৰাটবিৰাট ক'হলি ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ ১৯৮ ৬৬.০০ ১৫০.০০ ৯৩* ২৪
  গেইল, ক্ৰিছক্ৰিছ গেইল ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ ১৯১ ৯৫.৫০ ১৫২.৮০ ৯২* ১৭ ১৪
  কাৰ্তিক, দিনেশদিনেশ কাৰ্তিক মুম্বাই ইণ্ডিয়ান্‌ছ ১৮৩ ৬১.০০ ১৬৬.৩৬ ৮৬ ২১
  ৱাৰ্ণাৰ, ডেভিদডেভিদ ৱাৰ্ণাৰ দিল্লী ডেৰডেভিল্‌ছ ১৫৯ ৩৯.৭৫ ১৩৭.০৬ ৭৭ ১৮
  দ্ৰাৱিড, ৰাহুলৰাহুল দ্ৰাৱিড ৰাজস্থান ৰয়েল্‌ছ ১৩৬ ৪৫.৩৩ ১১৪.২৮ ৬৫ ১৬
  গম্ভীৰ, গৌতমগৌতম গম্ভীৰ কলকাতা নাইট ৰাইডাৰ্ছ ১২২ ৪০.৬৬ ১২৫.৭৭ ৫৯ ১৩
  হাছী, মাইকেলমাইকেল হাছী চেন্নাই ছুপাৰ কিংছ ১০৬ ১০৬.০০ ১৩৭.৬৬ ৮৬* ১৪
  জয়াৱৰ্দ্ধনে, মাহেলামাহেলা জয়াৱৰ্দ্ধনে দিল্লী ডেৰডেভিল্‌ছ ১০০ ২৫.০০ ১১৩.৬৩ ৬৬ ১০
  ৰাহানে, অজিংক্যাঅজিংক্যা ৰাহানে ৰাজস্থান ৰয়েল্‌ছ ৯৪ ৩১.৩৩ ১১০.৫৮ ৩৬
  শৰ্মা, ৰোহিতৰোহিত শৰ্মা মুম্বাই ইণ্ডিয়ান্‌ছ ৯৩ ৪৬.৫০ ১৩০.৯৮ ৭৪*

     গ্ৰুপ পৰ্যায়ৰ সৰ্বাধিক ৰাণ কৰা খেলুৱৈজনে ফিল্ডিং কৰি থাকোঁতে কমলা ৰঙৰ টুপী (অৰেঞ্জ কেপ) পৰিধান কৰে।

সৰ্বাধিক ৱিকেট সম্পাদনা কৰক

নাগৰিকত্ব খেলুৱৈ[22] দল ইনিংছ ৱিকেট গড় মিতব্যয়িতা শ্ৰেষ্ঠ প্ৰদৰ্শন ষ্ট্ৰাইক ৰে'ট ৪ ৱিকেট ৫ ৱিকেট
  কুমাৰ, বিনয়বিনয় কুমাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ ১৯.০০ ৮.৩১ ৩/২৭ ১৩.৭
  সিং, ৰুদ্ৰ প্ৰতাপৰুদ্ৰ প্ৰতাপ সিং ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ ৯.০০ ৬.৭৫ ৩/২৭ ৮.০
  নাৰাইণ, সুনিলসুনিল নাৰাইণ কলকাতা নাইট ৰাইডাৰ্ছ ৯.৬৬ ৪.৮৩ ৪/১৩ ১২.০
  কুপাৰ, কেভনকেভন কুপাৰ ৰাজস্থান ৰয়েল্‌ছ ১১.৮৩ ৫.৯১ ৩/১৫ ১২.০
  ষ্টেইন, ডেলডেল ষ্টেইন ছানৰাইজাৰ্ছ হায়দৰাবাদ ১২.৫০ ৪.৭৩ ৩/১১ ১৫.৮
  শৰ্মা, ইশান্তইশান্ত শৰ্মা ছানৰাইজাৰ্ছ হায়দৰাবাদ ১৯.০০ ৭.২৭ ৩/২৭ ১৫.৬
  পেৰেৰা, থিছাৰাথিছাৰা পেৰেৰা ছানৰাইজাৰ্ছ হায়দৰাবাদ ১৯.৩৩ ৭.৭৩ ২/২৯ ১৫.০
  ব্ৰেভ', ডুৱাইনডুৱাইন ব্ৰেভ' চেন্নাই ছুপাৰ কিংছ ১৪.২০ ৮.৮৭ ৩/২৭ ৯.৬
  নাদীম, শ্বাহবাজশ্বাহবাজ নাদীম দিল্লী ডেৰডেভিল্‌ছ ১৭.৪০ ৫.৮০ ২/১৭ ১৮.০
  মিশ্ৰ, অমিতঅমিত মিশ্ৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ ১৮.২০ ৫.৬৮ ৩/১৯ ১৯.২

     গ্ৰুপ পৰ্যায়ত সৰ্বাধিক ৱিকেটলওঁতাজনে ফিল্ডিং কৰোঁতে এটা পাৰ্প'ল ৰঙৰ টুপী (পাৰ্প'ল কেপ) পৰিধান কৰে।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. "IPL GC ask Sahara to get consent of all franchises". Times of India. 22 February 2012. http://timesofindia.indiatimes.com/sports/cricket/ipl-2012/news/IPL-GC-ask-Sahara-to-get-consent-of-all-franchises/articleshow/11992004.cms। আহৰণ কৰা হৈছে: 2012-02-22. 
  2. "Pepsi bags title sponsorship of Indian Premier League". 21 November 2012. http://www.ipl-schedule.net/ipl-title-sponsorship-pepsi-bags-title-sponsorship-of-indian-premier-league/। আহৰণ কৰা হৈছে: 21 November 2012. 
  3. "PepsiCo bags title sponsorship for IPL". 21 November 2012. Archived from the original on 18 April 2013. https://archive.is/20130418180052/http://www.bcci.tv/bcci/content/50acb02954435-pepsico-bags-title-sponsorship-for-ipl.html. 
  4. "PepsiCo India to work hard to justify high IPL sponsorship price". Business Today. 23 December 2012. http://businesstoday.intoday.in/story/pepsico-india-justify-high-ipl-sponsorship-price/1/190401.html। আহৰণ কৰা হৈছে: 27 March 2013. 
  5. "Sun TV Network win Hyderabad IPL franchise". Wisden India. 25 October 2012. http://www.wisdenindia.com/cricket-news/sun-tv-network-win-hyderabad-ipl-franchise/32100. 
  6. "Sun Risers to represent Hyderabad in IPL". Wisden India. 18 December 2012. Archived from the original on 25 June 2017. https://web.archive.org/web/20170625164705/http://www.wisdenindia.com/cricket-news/sun-risers-represent-hyderabad-ipl/40723. 
  7. Karhadkar, Amol (21 December 2012). "IPL player auction on February 3". CricInfo (ESPN). http://www.espncricinfo.com/india/content/story/598110.html। আহৰণ কৰা হৈছে: 2012-12-22. 
  8. Ravindran, Siddarth (3 February 2013). "Million for Maxwell on day of surprises". Cricinfo (ESPN). http://www.espncricinfo.com/indian-premier-league-2013/content/current/story/603230.html। আহৰণ কৰা হৈছে: 2013-02-04. 
  9. Ugra, Sharda (2012-04-09). "Pakistan's IPL participation dependent on bilateral ties - Shukla". CricInfo (ESPN). http://www.espncricinfo.com/india/content/story/560482.html। আহৰণ কৰা হৈছে: 2012-12-22. 
  10. Gollapudi, Nagraj (2013-01-30). "Clarke, Ponting get maximum reserve price". CricInfo (ESPN). http://www.espncricinfo.com/indian-premier-league-2013/content/current/story/602845.html। আহৰণ কৰা হৈছে: 2013-01-31. 
  11. Isam, Mohammad (2013-03-05). "BCB yet to clear Shakib, Tamim for IPL". Cricinfo (ESPN). http://www.espncricinfo.com/zimbabwe-v-bangladesh-2013/content/story/623589.html। আহৰণ কৰা হৈছে: 2013-03-29. 
  12. "No Sri Lankan participation in Chennai IPL matches". March 26, 2013. Archived from the original on April 2, 2013. https://web.archive.org/web/20130402114834/http://www.wisdenindia.com/cricket-news/sri-lankan-participation-chennai-ipl-matches/56181. 
  13. "Jaya bouncer hits IPL fixtures in Chennai: No Lankans please, we are Tamils". The Telegraph. 26 March 2013. http://www.telegraphindia.com/1130326/jsp/frontpage/story_16716817.jsp। আহৰণ কৰা হৈছে: 26 March 2013. 
  14. "IPL 2013 Opening Ceremony: Shahrukh, Katrina, Deepika to Share Stage for First Time!". International Business Times. 2 April 2013. http://www.ibtimes.co.in/articles/452547/20130402/ipl-2013-opening-ceremony-shahrukh-katrina-deepika.htm। আহৰণ কৰা হৈছে: 2 April 2013. 
  15. Asiaede, Bernard (2 April 2013). "IPL 2013 opening ceremony to signal the beginning of sixth edition". Sports Bulletin. Archived from the original on 4 April 2013. https://web.archive.org/web/20130404042154/http://www.sportsbulletin.co.uk/cricket/ipl-2013-opening-ceremony/04336/। আহৰণ কৰা হৈছে: 2 April 2013. 
  16. "IPL opening ceremony: Shah Rukh Khan, Katrina, take Kolkata by storm". The Indian Express. 2 April 2013. http://www.indianexpress.com/news/ipl-opening-ceremony-shah-rukh-khan-katrina-take-kolkata-by-storm/1096696/। আহৰণ কৰা হৈছে: 2 April 2013. 
  17. "Raipur, Ranchi to host IPL matches". Cricinfo (ESPN). 9 March 2013. http://www.espncricinfo.com/indian-premier-league-2013/content/story/624264.html। আহৰণ কৰা হৈছে: 27 March 2013. 
  18. "Knight Riders host Daredevils in IPL 2013 opener". Cricinfo (ESPN). 21 December 2012. http://www.espncricinfo.com/india/content/story/597973.html। আহৰণ কৰা হৈছে: 2 April 2013. 
  19. "Eden Gardens". CricInfo. http://www.espncricinfo.com/india/content/ground/57980.html। আহৰণ কৰা হৈছে: 2012-12-26. 
  20. "Points Table | Indian Premier League 2013 | ESPN Cricinfo". ESPN Cricinfo. http://www.espncricinfo.com/indian-premier-league-2013/engine/series/586733.html?view=pointstable। আহৰণ কৰা হৈছে: 2012-12-21. 
  21. "Cricket Records | Indian Premier League, 2013 | Records | Most runs". http://www.espncricinfo.com/indian-premier-league-2013/engine/records/batting/most_runs_career.html?id=7720;type=tournament। আহৰণ কৰা হৈছে: 4 April 2013. 
  22. "Cricket Records | Indian Premier League, 2013 | Records | Most wickets". Cricinfo. ESPN. http://www.espncricinfo.com/indian-premier-league-2013/engine/records/bowling/most_wickets_career.html?id=7720;type=tournament। আহৰণ কৰা হৈছে: 4 April 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক