হিন্দু ধৰ্ম অনুসৰি ইন্দ্ৰ হৈছে স্বৰ্গ ৰাজ্যৰ ৰজা। এজন দেৱতা। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে ইন্দ্ৰ এজন মহাপৰাক্ৰমী দেৱতা তথা ৰজা। মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে।

ইন্দ্ৰ
King of the Devas
King of Svarga
God of Weather, Universe, Lightning, Thunder, Storms, Rain, Sky, Rainbow, Cloud, Prakriti, Maya, water, River, River flows, and War.
Indra, Parjanya
বাহন ঐৰাৱতত উঠি থকা অৱস্থাত দেৱৰাজ ইন্দ্ৰ
অন্য নাম দেৱেন্দ্ৰ, মহেন্দ্ৰ, সুৰেন্দ্ৰ, সুৰপতি, সুৰেশ, দেৱেশ, দেৱৰাজ, অমৰেশ, পৰ্জন্য,
দেৱনাগৰী इन्द्र
সম্পৰ্ক আদিত্য, দেৱতা, ভগৱান, পৰম ব্ৰহ্ম , দিগপাল, পৰ্জন্য, বিষ্ণু
নিবাস Amarāvati, the capital of Indraloka in Svarga[1]
মন্ত্ৰ Om Indra Devaya Namah
Om Indra Rajaya Vidmahe Mahaindraya Dhimahi Tanno Indraya Prachodayat
অস্ত্ৰ Vajra (thunderbolt), Astras, Indrastra, Aindrastra, Vasavi Shakti
প্ৰতীকসমুহ Vajra, Indra's net
বাৰ Sunday
সঙ্গী Shachi
পিতৃ-মাতৃ
সহোদৰ Adityas including Surya, Varuna, Bhaga, Aaryaman, Mitra, Savitra and Vamana
সন্তান জয়ন্ত, ঋষভ, মিধুষ, জয়ন্তী, দেৱসেনা (ষষ্ঠী), বালি আৰু অৰ্জুন
বাহন Airavata (white elephant), Uchchaihshravas (white horse)
হিন্দু পাঠ্য Vedas, Ramayana, Mahabharata, Puranas
ৰোমান সমাৰ্থক Jupiter
স্লাভিক সমাৰ্থক Perun
উৎসৱ Indra Jatra, Indra Vila, Raksha Bandhan, Lohri, Sawan, Deepavali

টোকা সম্পাদনা কৰক

  1. These are his parents in the Epics and Puranas. For various earlier versions, see #Literature

তথ্য সংগ্ৰহ সম্পাদনা কৰক