উৰ্খাউ গৌড়া ব্ৰহ্ম

বড়ো সাহিত্যিক তথা ৰাজনিতীবিদ


উৰ্খাউ গৌড়া ব্ৰহ্ম অসমৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ আছিল। ব্ৰহ্ম কোকৰাঝাৰ জিলাত জন্ম হৈছিল। তেওঁৰ পিতৃ হৰ্কেশ্বৰ ব্ৰহ্ম।[1] তেখেতে ২০১৪ চনত তেওঁৰ বড়ো ভাষাৰ কাব্য সংকলন উদাংনিফ্ৰাই গিডিংফিন্নানেই-ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2] ২০১৫ চনত তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে নিৰ্বাচিত হয়।[3]

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক