এজৰা পাউণ্ড (ইংৰাজী: Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।[1]

এজৰা পাউণ্ড
জন্ম ৩০ অক্টোবৰ ১৮৮৫
আমেৰিকা
মৃত্যু ১ নবেম্বৰ ১৯৭২ চন।
ভেনিচ,ইটালী
ভাষা ইংৰাজী ভাষা
ৰাষ্ট্ৰীয়তা আমেৰিকান
নাগৰিকত্ব আমেৰিকান

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৮৮৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমেৰিকাৰ যুক্তৰাষ্ট ইদাহো ৰাষ্ট্ৰত তেখেতৰ জন্ম হয়। তেওঁ পিতৃ নাম আছিল লুইছ পাউণ্ড আৰু মাতৃ নাম ইসায়েল।[2]

শিক্ষা সম্পাদনা কৰক

তেওঁ হেমিলটন কলেজৰ পৰা কলেজীয়া শিক্ষা লাভ কৰিছিল।[3]

চাকৰি জীৱন সম্পাদনা কৰক

তেওঁ ফৰাছী আৰু স্পেনিছ ভাষাত অধ্যাপনা কৰি ১৯০৮ চনত লণ্ডনত সাহিত্যিক জীৱন আৰম্ভ কৰে।

সাহিত্যৰাজি সম্পাদনা কৰক

কবিতাপুথি সম্পাদনা কৰক

  • Personae
  • Exultation provenka
  • Conzani
  • Riposiles
  • Cathay
  • Lusta
  • Hamage sextus properties
  • Hugh pelwyn moulerly

গবেষণামূলক অনুবাদ গ্ৰন্থ সম্পাদনা কৰক

  • Note or Accompleshment
  • Certain nable plays of japan

প্ৰবন্ধ সংকলন সম্পাদনা কৰক

  • Make it new (সম্পা: ইলিয়ট ১৯৩৪)
  • Polite alays (সম্পা: ইলিয়ট ১৯৩৭)

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ১৯৪৮ চনত বলিংগেন পুৰস্কাৰ লাভ কৰে।

মৃত্যু সম্পাদনা কৰক

১৯৭২ চনৰ ১ নবেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশন:অনন্ত হাজৰিকা বনলতা,পৃষ্টা নং:৬১
  2. পাশ্চাত্য সাহিত্য,লেখক: পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,পৃষ্টা নং:৬১
  3. পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,প্ৰথম সংষ্কৰণ:২০১২,পৃষ্টা নং:৬১