এডিডাছ হৈছে জাৰ্মানীৰ এটা বহুজাতিক সংস্থা যিয়ে খেলৰ সাজ পোছাক, জোতা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হাৰ্জোজেনাৰ্ছ, বাভাৰিয়াত অৱস্থিত। এই সংস্থাটো ইউৰোপৰ সবাতোকৈ বৃহৎ আৰু বিশ্বৰ দ্বিতীয় বৃহৎ খেলৰ পোছাক নিৰ্মাণকাৰী হিচাপে জনাজাত।[3]

এডিডাছ
ধৰণ Aktiengesellschaft
উদ্যোগ সাজ পোছাক, অন্যান্য
স্থাপিত ১৯২৪-এ Gebrüder Dassler Schuhfabrik নামেৰে
(১৮ আগষ্ট, ১৯৪৯ ত নিবন্ধিত)[1]
প্ৰতিষ্ঠাতা এডল্ফ ডেছলাৰ
মুখ্য কাৰ্যালয় হাৰ্জোজেনাৰ্ছ, জাৰ্মানী
দেশ/অঞ্চল বিশ্বব্যাপী
নেতৃস্থানীয় ব্যক্তিত্ব ইগৰ লান্দাউ (চেয়াৰমেন)
হাৰ্বাৰ্ট হাইনাৰ (চি ই অ)
পণ্য জোতা, ক্ৰীড়াপোছাক, ক্ৰীড়াসামগ্ৰী
ৰাজহ বৃদ্ধি১৪.৪৯ বিলিয়ন (২০১৩)[2]
কাৰ্যকৰ আয় বৃদ্ধি€১.২০২ বিলিয়ন (২০১৩)[2]
মুঠ আয় বৃদ্ধি€৭৮৭ মিলিয়ন (২০১৩)[2]
মুঠ সম্পত্তি বৃদ্ধি€১১.৫৯ বিলিয়ন (২০১৩)[2]
Total equity বৃদ্ধি€৫.৪৮৯ বিলিয়ন (২০১৩)[2]
কৰ্মচাৰীৰ সংখ্যা ৫৩,৭৩১ (২০১৪)[2]
সহযোগী প্ৰতিষ্ঠান ৰিবক
ৱেবছাইট www.adidas-group.com

১৯৪৯ চনৰ ১৮ আগষ্টত এডল্ফ ডেছলাৰে এডিডাছ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ নামেৰেই ইয়াৰ নামকৰণ কৰা হৈছে। এডিডাছ গ্ৰুপত আন এটা খেলৰ পোছাক নিৰ্মাণকাৰী সংস্থা ৰিব’ক-ও অন্তৰ্ভুক্ত। কোম্পানীটোৰ নিৰ্মিত সামগ্ৰীসমূহত সাধাৰণতে তিনিডাল সমান্তৰাল ৰেখা লগোৱা দেখা যায়। সেই সমান্তৰাল ৰেখা কেইডালেই কোম্পানীটোৰ ল’গ’।[4][5] ব্ৰেণ্ড নাম এডিডাছৰ প্ৰথম আখৰটো সৰুফলা a ব্যৱহাৰ কৰা হয়।[6]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Adidas Group History". adidas-group.com. Archived from the original on 8 February 2015. https://web.archive.org/web/20150208215436/http://www.adidas-group.com/en/group/history/। আহৰণ কৰা হৈছে: 7 May 2014. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "Annual Report 2012". adidas. http://www.adidas-group.com/en/investorrelations/financial_data/default.aspx। আহৰণ কৰা হৈছে: 10 March 2013. 
  3. "Adidas, Deutsche Telekom, Infineon: German Equity Preview". Bloomberg L.P.. 16 January 2008. http://www.bloomberg.com/apps/news?pid=20601100&sid=ah3ZhaeNWMdM&refer=germany। আহৰণ কৰা হৈছে: 26 January 2008. 
  4. Smit, Barbara (2007). Pitch Invasion, Adidas, Puma and the making of modern sport. Penguin. পৃষ্ঠা. 44. ISBN 0-14-102368-6. 
  5. Chadwick, Simon; Arthur, Dave (2007). International cases in the business of sport. Butterworth-Heinemann. পৃষ্ঠা. 438. ISBN 0-7506-8543-3. 
  6. "The History of Adidas | On This Day In Fashion". onthisdayinfashion.com. http://onthisdayinfashion.com/?p=4465। আহৰণ কৰা হৈছে: 2015-10-16.