এপ'ল ১১ আছিল প্ৰথম মহাকাশ অভিযান যাৰ সহায়ত প্ৰথম বাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২০ জুলাই ১৯৬৯ চনত এপ'ল' লুনাৰ মডুল ঈগলক চন্দ্ৰপৃষ্ঠত নমাইছিল। ইয়াৰ প্ৰায় ৬ঘণ্টাৰ পাছত নীল আৰ্মষ্ট্ৰঙে প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত ভৰি ৰাখিছিল ২১ জুলাইৰ দিনা। তাৰে ১৯মিনিটৰ পাছত বুজ এলড্ৰিনেও নীল আৰ্মষ্ট্ৰঙৰ লগত যোগ দিয়ে। তেওঁলোকে চন্দ্ৰপৃষ্ঠত ৩ঘণ্টা ১৫মিনিট সময় ঈগলৰ বাহিৰত কটাই আৰু চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰে। মাইকেল ক'লিনছে কমাণ্ড মডুল কলম্বিয়া চন্দ্ৰৰ কক্ষপথত উৰাই ৰাখিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২১ ঘণ্টা ৩১ মিনিট চন্দ্ৰপৃষ্ঠত থাকি পুনৰ মহাকাশত কলম্বিয়াৰ লগ লাগিছিল।

এপ'ল' ১১

নীল আমষ্ট্ৰঙে চন্দ্ৰত তোলা বুজ এল্ড্ৰিনৰ আৰু নিজৰ আলোকচিত্ৰ।
অভিযানৰ প্ৰকাৰ Crewed lunar landing
নিয়ন্ত্ৰক NASA
COSPAR ID
  • CSM: 1969-059A
  • LM: 1969-059C
SATCAT no.
  • CSM: 4039
  • LM: 4041
অভিযানৰ সময় 8 days, 3 hours, 18 minutes, 35 seconds
মহাকাশযানৰ বৈশিষ্টসমূহ
মহাকাশযান
নিৰ্মাতা
উত্‍ক্ষেপিত ভৰ ১,০০,৭৫৬ pound (৪৫,৭০২ কেজি)
অৱতৰণ ভৰ ১০,৮৭৩ pound (৪,৯৩২ কেজি)
Crew
Crew size 3
সদস্য
Callsign
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ July 16, 1969, 13:32:00 (1969-07-16UTC13:32Z) UTC[1]
ৰকেট Saturn V SA-506
উৎক্ষেপণ স্থলী Kennedy Space Center LC-39A
অভিযানৰ সামৰণি
Recovered by সাঁচ:USS
Landing date July 24, 1969, 16:50:35 (1969-07-24UTC16:50:36Z) UTC
Landing site North Pacific Ocean
13°19′N 169°9′W / 13.317°N 169.15°W / 13.317; -169.15 (Apollo 11 splashdown)
কক্ষীয় পৰিমাপসমূহ
প্ৰসংগ  প্ৰণালী Selenocentric
Pericynthion altitude ৫৪.৫ নেন মাইল (100.9 km)[2]
Apocynthion altitude ৬৬.১ নেন মাইল (122.4 km)[2]
Inclination 1.25 degrees[2]
পৰ্যায়কাল 2 hours[2]
Epoch July 19, 1969, 21:44 UTC[2]
Lunar orbiter
Spacecraft component Command and service module
Orbital insertion July 19, 1969, 17:21:50 UTC[3]
Orbital departure July 22, 1969, 04:55:42 UTC[4]
Orbits 30
Lunar lander
Spacecraft component Apollo Lunar Module
Landing date July 20, 1969, 20:17:40 UTC[5]
Return launch July 21, 1969, 17:54 UTC
Landing site Tranquility Base,
Mare Tranquillitatis
সাঁচ:Lunar coords and quad cat[6]
Sample mass ৪৭.৫১ pound (২১.৫৫ কেজি)
Surface EVAs 1
EVA duration 2 hours, 31 minutes, 40 seconds
Docking with LM
Docking date July 16, 1969, 16:56:03 UTC[3]
Undocking date July 20, 1969, 17:44:00 UTC[7]
Docking with LM ascent stage
Docking date July 21, 1969, 21:35:00 UTC[4]
Undocking date July 21, 1969, 23:41:31 UTC[4]
Circular insignia: eagle with wings outstretched holds olive branch on Moon with Earth in background, in blue and gold border. Three astronauts in spacesuits without helmets sitting in front of a large photo of the Moon.
বাওঁফালৰ পৰা সোঁ ফাললৈ: নীল আৰ্মষ্ট্ৰং, মাইকেল ক'লিনছ্‌, বুজ এলড্ৰিন  

অভিযানৰ উদ্দেশ্য সম্পাদনা কৰক

অভিযানৰ মূল উদ্দেশ্য আছিলে আমেৰিকাৰ ৰাষ্ট্ৰীয় উদ্দেশ্য পূৰণ কৰা যিটো আছিলে চন্দ্ৰলৈ মানুহ যোৱা আৰু তাৰ পৰা পুনৰ পৃথিৱীলৈ ঘূৰাই অনাৰ। এই ৰাষ্ট্ৰীয় উদ্দেশ্যটো আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে ২৫ মে' ১৯৬১ চনত ঘোষণা কৰিছিলে। ইয়াৰ উপৰিও অভিযানটোৰ আন বহুতো উদ্দেশ্য আছিলে; চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰা, পৃথিৱীলৈ সংকেত পঠিয়াবলৈ এটা টেলিভিচন কেমেৰা মোতায়েন কৰা, সৌৰ বতাহ সংযুক্ত পৰীক্ষাৰ বাবে সঁজুলি, ভূকাম্পিক পৰীক্ষাৰ সঁজুলি, লেজাৰ ৰেনজিং ৰেত্ৰ ৰিফ্লেক্টৰ মোতায়েন কৰা[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 https://www.nasa.gov/mission_pages/apollo/missions/apollo11.html
  2. 2.0 2.1 2.2 2.3 2.4 "Apollo 11 Mission Summary". The Apollo Program. National Air and Space Museum. Archived from the original on August 29, 2013. https://web.archive.org/web/20130829082429/http://airandspace.si.edu/explore-and-learn/topics/apollo/as11/a11sum.htm। আহৰণ কৰা হৈছে: September 7, 2013. 
  3. 3.0 3.1 Orloff 2000, পৃষ্ঠা. 106.
  4. 4.0 4.1 4.2 Orloff 2000, পৃষ্ঠা. 109.
  5. http://www.hq.nasa.gov/alsj/a11/a11.landing.html
  6. Williams, David R. (December 11, 2003). "Apollo Landing Site Coordinates". NASA Space Science Data Coordinated Archive. NASA. http://nssdc.gsfc.nasa.gov/planetary/lunar/lunar_sites.html। আহৰণ কৰা হৈছে: September 7, 2013. 
  7. Orloff 2000, পৃষ্ঠা. 107.