মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় ওৰফে এমিনেম আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰতিভাশালী তথা বিখ্যাত হিপ হ'প গায়ক। D12 দলৰ সদস্য এমিনেমক আমেৰিকান মেগাজিন ৰ'লিং ষ্ট'ন-এ ১০০ জন সৰ্বকালৰ শ্ৰেঠ কলাতকৰ ভিতৰত ৮৩ তম স্থান প্ৰদান কৰি হিপ হ'পৰ ৰজা বুলি আখ্যা দিছে।

এমিনেম

নৱেম্বৰ্, 2014 ত এমিনেম
জন্ম মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয়
অক্টোবৰ ১৭ , ১৯৭২ (৫১ বছৰ)
চে'ণ্ট যোচেফ্, মিযৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসগৃহ ডেট্ৰইট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ
অন্য নাম
  • Double M
  • M&M
  • Slim Shady
পেচা
  • Rapper
  • record producer
  • songwriter
সক্ৰিয় হৈ থকা সময় 1989–বৰ্তমান
গৃহস্থান ডেট্ৰইট, মিচিগান, আমেৰিকা যুক্তৰাষ্ট্ৰ
দাম্পত্যসঙ্গী কিম্বাৰ্লি এন স্কট (m. 1999–2001, 2006; সম্প্ৰ্তি বিচ্ছেদিত)
সন্তান 3[1]
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ হিপ হ'প
বাদ্যযন্ত্ৰ
ৰেকৰ্ড লেবেল
সহযোগী 
ৱেবছাইট www.eminem.com

১৫টা গ্ৰাম্মী বটাৰে পুৰস্কৃত এমিনেম 8 মাইল্ নামৰ এক চলচ্চিত্ৰতো অভিনয় কৰিছে।

ব্যহ্যিক সংযোগ সম্পাদনা কৰক

  1. Bellini, Danica (February 13, 2014). "Eminem 'spoils' daughters Haile Jade Scott Mathers, Whitney Laine Scott, and Alaina Marie Mathers". Mstars News. Retrieved June 29, 2015.