ওড়িশা ভাৰতৰ পূৱ প্ৰান্তৰ এখন ৰাজ্য। এই ৰাজ্য পৰ্যটনৰ সুব্যৱস্থাৰ বাবে জনা যায়। ৰাজ্যখনৰ ৰাজধানী ভুবনেশ্বৰচিটি অৱ টেম্পলচ্ বা মন্দিৰৰ নগৰ বোলা হয়।

ওড়িশা
ଓଡ଼ିଶା (ওড়িশা)
—  ৰাজ্য  —
ভাৰতবৰ্ষত উৰিষ্যাৰ অৱস্থান
ভাৰতবৰ্ষত উৰিষ্যাৰ অৱস্থান
ওড়িশা ৰাজ্যৰ মানচিত্ৰ
ওড়িশা ৰাজ্যৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (ভুবনেশ্বৰ): 23°50′N 91°17′E / 23.84°N 91.28°E / 23.84; 91.28স্থানাংক: 23°50′N 91°17′E / 23.84°N 91.28°E / 23.84; 91.28
দেশ  ভাৰত
প্ৰতিষ্ঠা ১ এপ্ৰিল ১৯৩৬ (উৎকল দিবস/ওড়িশা দিবস)
ৰাজধানী ভুবনেশ্বৰ
জিলা ৩০
চৰকাৰ
 - ৰাজ্যপাল এচ্ চি জমিৰ
 - মুখ্য মন্ত্ৰী নবীন পট্টনায়ক
 - বিধান সভা এককক্ষীয়
 - লোকসভা
 - উচ্চ ন্যায়ালয় ওড়িশা উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ ১,৫৫,৮২০ কি.মি. 
(৬০,১৬২.৪ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৯ম
জনসংখ্যা (২০১১)
 - মুঠ ৪,১৯,৪৭,৩৫৮ জন
 - স্থান ১১তমতম
 - জনঘনত্ব ২৬৯.২ প্ৰতি বৰ্গ কি.মি. 
(৬৯৭.২ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-TR
সাক্ষৰতা হাৰ ৭৩.৪৫%
চৰকাৰী ভাষা উড়িয়া
ৱেবছাইট odisha.gov.in

ৰাজ্যখনৰ কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গ, ঝাৰখণ্ড, ছত্তীছগঢ় আৰু অন্ধ্ৰ প্ৰদেশ আছে। ৰাজ্যখনৰ সোঁফালে বঙ্গোপসাগৰ আছে।

ভাষা সম্পাদনা কৰক

ওড়িশাৰ ৰাজ্য ভাষা ওড়িয়া

তথ্য সূত্ৰ সম্পাদনা কৰক