ক্ষুদ্ৰান্ত্ৰ

পাচন নলীত থকা অংগ

ক্ষুদ্ৰান্ত্ৰ (ইংৰাজী: Small intestine) হৈছে পৌষ্টিকনলীৰ এটা অংশ। ই পাকস্থলী আৰু বৃহদান্ত্ৰৰ মাজত থাকে। খাদ্যৰ সৰ্বাধিক পাচন আৰু অৱশোষণ ইয়াতেই সংঘটিত হয়। ক্ষুদ্ৰান্ত্ৰৰ তিনিটা প্ৰধান ভাগ আছে – ডুৱডেনাম, জেজুনাম, আৰু ইলিয়াম। অগ্নাশয়ৰ পাকস্থলী ৰস আৰু অগ্নাশয় ৰস অগ্নাশয় নলী জৰিয়তে ইয়াত প্ৰৱেশ কৰে। খাদ্যৰ পৰা পোষক দ্ৰব্য আৰু খনিজ লৱণৰ শোষণ কৰাই ক্ষুদ্ৰান্ত্ৰৰ প্ৰাথমিক কাৰ্য।[2]

ক্ষুদ্ৰান্ত্ৰ

ক্ষুদ্ৰান্ত্ৰ আৰু ইয়াৰ চাৰিওকাষৰ অংগবোৰৰ চিত্ৰ।
সবিশেষ
ধমনী Superior mesenteric artery
সিৰা Hepatic portal vein
স্নায়ু Celiac ganglia, vagus[1]
লসিকা Intestinal lymph trunk
চিনাক্তকাৰক
লেটিন Intestinum tenue
MeSH D007421
TA98 A05.6.01.001
TA2 2933
FMA 7200
দেহতাত্ত্বিক পৰিভাষা

কেচু আদি অমেৰুদণ্ডীৰ ক্ষেত্ৰত প্ৰায়ে সমষ্ট পৌষ্টিকনলীক বৰ্ণনা কৰিবলৈ কেৱল বৃহদান্ত্ৰ শব্দটো ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Nosek, Thomas M.. Essentials of Human Physiology. Section 6/6ch2/s6ch2_30 
  2. http://www.britannica.com/EBchecked/topic/275485/human-body