খলিফা (আৰবী: خليفة ḫalīfah/khalīfah) হ'ল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰিয়াহৰ দ্বাৰা পৰিচালিত মুছলিম উম্মাহৰ শাসকসকলৰ পদবী। এই শব্দটো আৰবী: خليفة Khalīfaৰ পৰা আহিছে।

ইছলামৰ সৰ্বশেষ খিলাফত উছমানীয় সাম্ৰাজ্যৰ সৰ্বশেষ খলিফা দ্বিতীয় আব্দুল মজিদ

বুৎপত্তি সম্পাদনা কৰক

খলিফা শব্দটোৰ আভিধানিক অৰ্থ উত্তৰাধিকাৰী, প্ৰতিনিধিত্বকাৰী, সেনাপ্ৰধান।

লগতে চাওক সম্পাদনা কৰক