গণ( genus /ˈnəs/ plural: genera) হৈছে, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনপৰিয়ালৰ তলত আৰু প্ৰজাতিৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান। জীৱৰ দ্বৈৰাশিক নামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ গণৰ নামটোৱেই পূৰণ কৰে; যেনে - Pongo pygmaeus আৰু Pongo abelii হ'ল, Pongo (ওৰাংওটাং) নামৰ গণটোৰ অন্তৰ্গত দুটা প্ৰজাতি।

জীৱজগতৰ বৰ্গীকৰণ তালিকা; গণ, পৰিয়াল আৰু প্ৰজাতিৰ মাজত অৱস্থান কৰে।

ইতিহাস সম্পাদনা কৰক

ফৰাচী উদ্ভিদবিজ্ঞানী জোসেফ পিটন ডি ট্যুৰনিফোৰ্ট (১৬৫৬–১৭০৮)ক, "গণৰ আধুনিক ধাৰণাৰ প্ৰতিষ্ঠাতা" বুলি কোৱা হয়[1]

গণবাচক নাম সম্পাদনা কৰক

গণৰ বৈজ্ঞানিক নামটোক, গণবাচক নাম বুলিও কোৱা। জীৱৰ বৈজ্ঞানিক নামকৰণত গণবাচক নামে নিৰ্ণায়ক ভূমিকা পালন কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Stuessy, T. F. (2009). Plant Taxonomy: The Systematic Evaluation of Comparative Data (2nd সম্পাদনা). প্ৰকাশক New York: Columbia University Press. পৃষ্ঠা. 42. ISBN 9780231147125. 

বাহ্যিক সংযোগ সম্পাদনা কৰক