ঘৰুৱা নিৰ্যাতন
গৃহ নিৰ্যাতন বা ঘৰুৱা নিৰ্যাতন হ'ল কোনো নাৰীক নিজৰ গৃহৰ ভিতৰতে পৰিয়ালৰেই অন্য কোনো ব্যক্তিৰ দ্বাৰা শাৰীৰিক বা মানসিকভাৱে নিপীড়ন বা নিৰ্যাতন কৰা কাৰ্য।
নিৰ্যাতনৰ ধৰণ সম্পাদনা কৰক
গৃহ নিৰ্যাতনৰ প্ৰধান ধৰণবোৰৰ ভিতৰত আছে:
গৃহ নিৰ্যাতনৰ কাৰণ সম্পাদনা কৰক
গৃহ নিৰ্যাতনৰ প্ৰধান কাৰণবোৰৰ ভিতৰত আছে:
গৃহ নিৰ্যাতনৰ প্ৰভাব সম্পাদনা কৰক
- নিৰ্যাতনৰ ফলত নাৰীয়ে কৰ্মস্থল ত্যাগ কৰিব লগা হয়, ফলত উৎপাদনশীলতা ব্যহত হৈছে[1];
- নিৰ্যাতিত মহিলাসকল প্ৰায়ে পলমকৈ কৰ্মস্থলিলৈ আহে বা ছুটিৰ পূৰ্বেই কৰ্মস্থল ত্যাগ কৰে[1], ফলত কৰ্মস্থলিৰ স্বাভাৱিক কাৰ্যক্ৰমত বিঘ্ন ঘটে;
- নিৰ্যাতিত মহিলাসকলৰ টোপনিত ব্যাঘাত ঘটে[1];
- নিৰ্যাতিতা সকলৰ নিজৰ কামৰ উৎসাহ-উদ্দীপনাৰ অভাব আৰু আত্মবিশ্বাসহীনতাত ভোগে[1];
- নিৰ্যাতনৰ ফলত নিৰ্যাতিতা সকলৰ মনত সৰ্বদা এক ধৰণৰ ভীতিয়ে প্ৰভাব পেলায়[1];
- নিৰ্যাতনৰ চিকাৰ হোৱা নাৰীসকল গৃহ ত্যাগৰ ফলত উৎপীড়ণৰ চিকাৰ হয়[3];
- গৃহ পৰিচালনাত ব্যাঘাত দেখা দিয়ে।
- পতিতা বৃত্তি বৃদ্ধি পায়।
- চুৰিৰ ঘটনা ঘটে।
- শিশু অপহৰণৰ ঘটনা ঘটে।
- অন্যান্য অপৰাধৰ ঘটনা ঘটে।
অঞ্চল ভিত্তিক তথ্য সম্পাদনা কৰক
পৃথিবীৰ বিভিন্ন স্থানত এই ধৰণৰ নিৰ্যাতনৰ ঘটনা অহৰহ ঘটি থাকে; সাধাৰণতে তুলনামূলকভাৱে যুদ্ধ বিদ্ধস্থ অঞ্চল, নিম্ন−উন্নয়নশীল অঞ্চল আৰু শিক্ষাৰ হাৰ যিবোৰ অঞ্চলত কম সেইবোৰ অঞ্চলত এনে নিৰ্যাতনৰ প্ৰকোপ বেছি লক্ষণীয়।
এছিয়া সম্পাদনা কৰক
দক্ষিণ এছিয়া সম্পাদনা কৰক
মধ্যপ্ৰাচ্য সম্পাদনা কৰক
ইউৰোপ সম্পাদনা কৰক
ৰাছিয়াত প্ৰতিবছৰে ৬ লক্ষ নাৰী নিজৰ গৃহত নিৰ্যাতনৰ চিকাৰ হয়[4]। যুদ্ধ-বিদ্ধস্থ ছাৰ্বিয়াত প্ৰতি ৩ গৰাকী নাৰীৰ ভিতৰত এগৰাকী নাৰী এই ধৰণৰ নিৰ্যাতনৰ চিকাৰ হয়[2]। অন্য ফালে, জাৰ্মানিত প্ৰতিবছৰে প্ৰায় ৪০ হাজাৰ মহিলা নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ মহিলাসকলৰ সাহায্যাৰ্থে গঢ়ি উঠা বিভিন্ন আশ্ৰয় কেন্দ্ৰত আহি আশ্ৰয় লয়।[1]