চীনা নৱবৰ্ষ, হৈছে আধুনিক চীনত বসন্ত উৎসৱ, বা চমুকৈ চান্দ্ৰ নৱবৰ্ষ বুলি জনাজাত আৰু বহুলভাবে উদযাপিত পৰম্পৰাগত চান্দ্ৰ-সৌৰ চীনা বৰ্ষপঞ্জীৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। পৰম্পৰাগত ভাৱে প্ৰথমদিনাৰ সন্ধিয়াৰ লেম্প জ্বলোৱা উৎসৱৰ পৰা আৰম্ভ কৰি প্ৰথম মাহৰ ১৫ তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়। নতুন বছৰৰ প্ৰথম তাৰিখ ২১ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীৰ ভিতৰৰ প্ৰথম চন্দ্ৰ ওলোৱাৰ দিনৰ পৰা ধৰা হয়।

Chinese new year in Manchester, UK
চীনা নৱবৰ্ষ
সম্পূৰ্ণ নাম পুৰণি চীনাভাষা: 歲首 ; আক্ষৰিক অৰ্থ: "বছৰৰ আৰম্ভণি"
অন্য নাম চান্দ্ৰ নৱবৰ্ষ, বসন্ত উৎসৱ, চীনা নৱবৰ্ষ
পালন কৰে চীনাসকল
বিশ্বব্যাপি
প্ৰকাৰ সাংস্কৃতিক, ধৰ্মীয়
(চীনা লোক ধৰ্ম, বৌদ্ধ ধৰ্ম, কনফুছিয়াচ, ডাও ধৰ্ম)
উদযাপন Lion dances, dragon dances, fireworks, family gathering, family meal, visiting friends and relatives (拜年, bàinián), giving red envelopes, decorating with chunlian
সম্পৰ্কিত Lantern Festival, which concludes the celebration of the Chinese New Year.
Mongol New Year (Tsagaan Sar), Tibetan New Year (Losar), Japanese New Year (Shōgatsu), Korean New Year (Seollal), Vietnamese New Year (Tết)
চীনা নৱবৰ্ষ
পৰম্পৰাগত (ওপৰত) আৰু সৰলীকৃত (তলত) আখৰত "বসন্ত উৎসৱ (চীনা নৱবৰ্ষ)"
পৰম্পৰাগত চীনা লিপি 春節
সৰলীকৃত চীনা লিপি 春节
আক্ষৰিক অৰ্থ "বসন্ত উৎসৱ"


তথ্য সংগ্ৰহ সম্পাদনা কৰক