জাকাত (আৰবী: زكاة zakāt, "যিটোয়ে পৰিশুদ্ধ কৰে",[1] আৰু আৰবী: زكاة ألمال, "সম্পদৰ জাকাত"[2]) হ'ল ইছলাম ধৰ্মৰ পঞ্চস্তম্ভৰ এটা। প্ৰত্যেক স্বাধীন, পূৰ্ণবয়স্ক মুছলিম নৰ-নাৰীক প্ৰতি বছৰে স্বীয় আয় আৰু সম্পত্তিৰ এটা নিৰ্দিষ্ট অংশ, যদি সেয়া ইছলামী শ্বৰীয়ত নিৰ্ধাৰিত সীমা (নিছাব পৰিমাণ) অতিক্ৰম কৰে তেন্তে, গৰীব-দুঃস্থদৰ মাজত বিতৰণৰ নিয়মক জাকাত বুলা হয়।[3][4] সাধাৰণতে নিৰ্ধাৰিত সীমাতিক্ৰমকাৰী সম্পত্তিৰ ২.৫ শতাংশ (২.৫%) বা (১/৪০).[5][6] অংশ বছৰৰ শেষত বিতৰণ কৰিবলগীয়া হয়। ইছলামৰ পঞ্চস্তম্ভৰ মাজত হজ্জ আৰু জাকাতেই একমাত্ৰ চৰ্তসাপেক্ষ যে, সেয়া সম্পদশালীসকলৰ বাবে ফৰজ বা আৱশ্যিক হয়। উল্লেখ্য, নিছাব পৰিমাণ হ'লেই জাকাত কোনো ব্যক্তিৰ উপৰত ওয়াজিব হয় আৰু তেতিয়া তাৰ উপৰত 'জাকাত' নাম ফৰজ হৈ পৰে। পৱিত্ৰ ধৰ্মগ্ৰন্থ আল কোৰআনত "জাকাত" শব্দৰ উল্লেখ আহিছে ৩২ বাৰ। কোৰআননামাজৰ পাছতেই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয় হিচাপে উল্লেখ আছে জাকাতৰ।[7]

জাকাতৰ চৰ্তসমূহ সম্পাদনা কৰক

জাকাত বণ্টনৰ খাতসমূহ সম্পাদনা কৰক

জাকাত গণনাৰ নিয়ম সম্পাদনা কৰক

জাকাত প্ৰদানৰ নিয়ম সম্পাদনা কৰক

জাকাতমুক্ত সম্পদ সম্পাদনা কৰক

পাদটীকা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; fvbb1 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. "Zakat Al-Maal (Tithing)". Life USA. Archived from the original on 6 October 2016. https://web.archive.org/web/20161006205721/http://www.lifeusa.org/site/PageServer?pagename=r_zakah। আহৰণ কৰা হৈছে: 11 August 2016. 
  3. Salehi, M (2014). "A Study On The Influences Of Islamic Values On Iranian Accounting Practice And Development". Journal of Islamic Economics, Banking and Finance খণ্ড 10 (2): 154–182. doi:10.12816/0025175. "Zakat is a religious tax that every Muslim has to pay.". 
  4. Lessy, Z (2009). "Zakat (alms-giving) management in Indonesia: Whose job should it be?". La Riba Journal Ekonomi Islam খণ্ড 3 (1). "zakat is alms-giving and religiously obligatory tax.". 
  5. Medani Ahmed and Sebastian Gianci, Zakat, Encyclopedia of Taxation and Tax Policy, p. 479-481
  6. সাঁচ:Hadith-usc
  7. Hallaq, Wael (2013). The impossible state : Islam, politics, and modernity's moral predicament. প্ৰকাশক New York: Columbia University Press. পৃষ্ঠা. 123. ISBN 9780231162562.