জিতু ৰায় (জন্ম: ২৬ আগষ্ট, ১৯৮৭) এজন নেপালী মূলৰ ভাৰতীয় শ্বুটাৰ। তেওঁ সাধাৰণতে ১০ মিটাৰ Air পিষ্টল আৰু ৫০ মিটাৰ Air পিষ্টল ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। ভাৰত চৰকাৰে ক্ৰীড়াক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক ২০১৫-১৬ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছে।[2]

জিতু ৰায়
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২৬ আগষ্ট, ১৯৮৭ (৩৬ বছৰ)[1]
শংখোৱাসাভা, নেপাল
উচ্চতা 5 ফুট 3 ইঞ্চি (160 cm)
ওজন ৬৮ kg
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া শ্বুটিং
শিতান ১০ মিটাৰ Air পিষ্টল
৫০ মিটাৰ Air পিষ্টল

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

কৰ্মজীৱন সম্পাদনা কৰক

গ্ৰীষ্মকালীন অলিম্পিক সম্পাদনা কৰক

Year Event Rank Notes
ৰিঅ ২০১৬
১০ মিটাৰ air পিষ্টল
৫০ মিটাৰ air পিষ্টল ১২

তথ্য সংগ্ৰহ সম্পাদনা কৰক