ডব্লিউ থ্ৰী স্কুলচ্‌ (ইংৰাজী: W3Schools) হ’ল ৱেবছাইটৰ কৌশল বা তথ্যপ্ৰযুক্তিসমূহ শিকোৱাৰ এখন অনলাইন ৱেবছাইট। ইয়াত শিকিব পৰা বিভিন্নধৰণৰ সংযোজিত তথ্যসমূহ হ’ল- এইচ টি এম এল, চি এছ এছ, JavaScript, JSON, PHP, পাইথন, AngularJS, React.js, SQL, Bootstrap, Sass, Node.js, jQuery, XQuery, AJAX, XML, Raspberry Pi, চি++, C# আৰু জাভা.[2]

ডব্লিউ থ্ৰী স্কুলচ্‌
soft2i
ইউ আৰ এল www.w3schools.com
বাণিজ্যক ব্যৱসায়িক
প্ৰকাৰ ৱেব ডেভেলপমেণ্ট প’ৰটেল
পঞ্জীয়ন ইণ্টাৰনেট ফোৰাম
ভাষা বহুভাষিক es-us
স্বত্বাধিকাৰী ৰেফচ্‌নেচ্‌ ডাটা
সৃষ্টিকৰ্তা ৰেফচ্‌নেচ্‌ ডাটা
মুকলি ১৯৯৮
এলেক্সা স্থান decrease 168 (এপ্ৰিল ২০২০)[1]
বৰ্তমান স্থিতি সক্ৰিয়

১৯৯৮ চনত নিৰ্মিত এই ডব্লিউ থ্ৰী স্কুলচ্‌ৰ নামটি লোৱা হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা। কিন্তু ই ৱৰ্ল্ড ৱাইড ৱেবৰ দ্বাৰা অনুমোদিত নহয়। এই ৱেবছাইটটো নৰৱেৰ 'ৰেফচ্‌নেচ্‌ ডাটা'ই চলায়।[3] ইয়াত চেষ্টা কৰিবলৈ দিয়া ডাটাসমূহ শিকাৰু তথা ন-শিকাৰুসকলে সহজে সম্পাদনা কৰিব পাৰে আৰু চেণ্ডবক্সত নিষ্পত্তি কৰিব পাৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "W3schools.com Site Info". এলেক্সা ইণ্টাৰনেট. Archived from the original on 2022-04-19. https://web.archive.org/web/20220419011442/https://www.alexa.com/siteinfo/w3schools.com#trafficstatsm। আহৰণ কৰা হৈছে: 2020-04-24. 
  2. ডাটা, ৰেফচ্‌নেচ্‌. "ডব্লিউ থ্ৰী স্কুলচ্‌". এলেক্সা ইণ্টাৰনেটডব্লিউ থ্ৰী স্কুলচ্‌. https://www.w3schools.com। আহৰণ কৰা হৈছে: May 22, 2020. 
  3. ডাটা, ৰেফচ্‌নেচ্‌. "ডব্লিউ থ্ৰী স্কুলচ্‌ৰ বিষয়ে". এলেক্সা ইণ্টাৰনেটডব্লিউ থ্ৰী স্কুলচ্‌. https://www.w3schools.com/about/। আহৰণ কৰা হৈছে: May 22, 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক