তৰ্কশাস্ত্ৰ (Logic) স্থানভেদে যুক্তিসূত্ৰ বা যুক্তিবিদ্যা বা যুক্তিতত্ত্ব হৈছে যুক্তিৰ মান্য প্ৰয়োগ আৰু সম্পৰ্কীয় বিদ্যা। দৰ্শন,গণিত আৰু কম্পিউটাৰ বিজ্ঞানত ইয়াৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাচীন ভাৰতীয়, চীন, পাৰস্য,ৰোমান আৰু গ্ৰীক আদি বহু সভ্যতাত এই বিষয়ৰ অধ্যয়ন হৈছিল।

তৰ্কশাস্ত্ৰক আৱেশিত[মূল শব্দৰ প্ৰয়োজন], প্ৰত্যায়িত[মূল শব্দৰ প্ৰয়োজন] আৰু প্ৰত্যাশিত[মূল শব্দৰ প্ৰয়োজন] যুক্তিৰ আধাৰত সততে তিনিভাগত বিভক্ত কৰা হয়[উদ্ধৃতিৰ প্ৰয়োজন]

আৰু পঢ়ক সম্পাদনা কৰক