দৈনিক অগ্ৰদূত (ইংৰাজী: Dainik Agradoot) হৈছে অসমৰ এখন অসমীয়া ভাষাৰ বাতৰি কাকত। কাকতখন গুৱাহাটী, যোৰহাট আৰু তেজপুৰৰ পৰা প্ৰকাশিত হয়। দৈনিক অগ্ৰদূতৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত অৱস্থিত।

দৈনিক অগ্ৰদূত
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা
গৰাকী অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰা: লি:
প্ৰকাশক অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰা: লি:
সম্পাদক প্ৰাঞ্জলসেন ডেকা
সম্পাদক প্ৰধান কণকসেন ডেকা
ভাষা অসমীয়া
মুখ্য কাৰ্যালয় অগ্ৰদূত ভৱন, দিছপুৰ, গুৱাহাটী - ৭৮১০০৬
ৱেবছাইট www.dainikagradoot.in

অগ্ৰদূত পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড হৈছে কাকত খনৰ প্ৰকাশক। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো আছে। কাকতখনত মুঠ ১৬খন পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ বিভিন্ন প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়।

লগতে চাওক সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক