ন'বেল বঁটা (২০০৯)

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০০৯ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান চাৰ্ল্‌ছ কিউন কাও
(Charles Kuen Kao)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 যুক্তৰাজ্য
 হংকং
দুটা ভাগত আগবঢ়োৱা হয়। চাৰ্লচ কাওক তেখেতৰ " 'পোহৰৰ দ্বাৰা সংযোগ ব্যৱস্থা'ৰ বাবে আঁহৰ মাজেৰে পোহৰৰ পৰিবহন বিষয়ত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে"
("for groundbreaking achievements concerning the transmission of light in fibers for optical communication")

আৰু যুটীয়া ভাৱে উইলাৰ্ড বয়ল আৰু জৰ্জ স্মিথলৈ আগবঢ়োৱা হয়, তেখেতসকলে কৰা "ছবি তুলিব পৰা অৰ্ধপৰিবাহী বৰ্তনী--চি.চি.ডি. ছেন্সৰ (CCD Sensor)-ৰ আৱিষ্কাৰৰ বাবে"
("for the invention of an imaging semiconductor circuit – the CCD sensor")[1]
উইলাৰ্ড এছ. বয়ল
(Willard S. Boyle)
 কানাডা
 আমেৰিকা যুক্তৰাষ্ট্ৰ
জৰ্জ ই. স্মিথ
(George E. Smith)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ৰসায়ন বিজ্ঞান
ভেঙ্কটৰমন ৰামাকৃষ্ণণ
(Venkatraman Ramakrishnan)
 যুক্তৰাজ্য
 আমেৰিকা যুক্তৰাষ্ট্ৰ
"ৰাইব'জ'মৰ গঠন আৰু ক্ৰিয়াৰ বিষয়ে কৰা গৱেষণাৰ বাবে"
("for studies of the structure and function of the ribosome")[1]
টমাছ এ. ষ্টিট্‌জ
(Thomas A. Steitz)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
এডা ই. য়'নাথ
(Ada E. Yonath)
 ইজৰাইল
শৰীৰবিজ্ঞান বা ঔষধ
এলিজাবেথ এইচ. ব্লেকবাৰ্ন
(Elizabeth H. Blackburn)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 অষ্ট্ৰেলিয়া
"টেল'মিয়াৰ আৰু টেল'মিৰেজ উৎসেচকে কিদৰে ক্ৰ'ম'জ'মক ৰক্ষণাবেক্ষণ দিয়ে তাৰ আৱিষ্কাৰৰ বাবে"
("for the discovery of how chromosomes are protected by telomeres and the enzyme telomerase")[1]
কেৰল ডব্লিউ. গ্ৰেইডাৰ
(Carol W. Greider)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
জেক ডব্লিউ. জোষ্টেক
(Jack W. Szostak)
 কানাডা
সাহিত্য
হাৰ্টা মূলাৰ
(Herta Müller)
 জাৰ্মানী "যিজনে কবিতাৰ গাঢ়তা আৰু গদ্যৰ স্পষ্টবাদীতাৰে শিপাচ্ছিন্নসকলৰ পৃষ্ঠভূমিৰ কথা কয়"
("who, with the concentration of poetry and the frankness of prose, depicts the landscape of the dispossessed")[1]
শান্তি
বাৰাক এইচ. অ'বামা
(Barack H. Obama)
 আমেৰিকা যুক্তৰাষ্ট্ৰ "আন্তৰ্জাতিক কূটনীতিৰ উন্নতি আৰু জনসাধাৰণৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে তেখেতে কৰা অপৰিসীম চেষ্টাৰ বাবে"
("for his extraordinary efforts to strengthen international diplomacy and cooperation between peoples")[1]
অৰ্থনীতি
এলিনৰ অ'ষ্ট্ৰ'ম
(Elinor Ostrom)
 আমেৰিকা যুক্তৰাষ্ট্ৰ যুটীয়াভাৱে আগবঢ়োৱা হয়, এলিনৰ অ'ষ্ট্ৰ'মলৈ "এখেতে কৰা অৰ্থনৈতিক পৰিচালনাৰ বিশ্লেষণ, মুখ্যত: নিম্নকক্ষ"
("for her analysis of economic governance, especially the commons")

আৰু অলিভাৰ উইলিয়ামছনলৈ "এখেতে কৰা অৰ্থনৈতিক বিশ্লেষণ, মুখ্যত: পামৰ সীমা"ৰ বাবে
("for his analysis of economic governance, especially the boundaries of the firm")[1]
অলিভাৰ ই. উইলিয়ামছন
(Oliver E. Williamson)
 আমেৰিকা যুক্তৰাষ্ট্ৰ


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "List of All Nobel Laureates 2009". Nobelprize.org আহৰণ কৰা তাৰিখ: ২৯ অক্টোবৰ ২০১২

বাহ্যিক সংযোগ সম্পাদনা কৰক