নদী (সমাৰ্থক শব্দ - নদ) সাধাৰণতে নিমখহীন পানীৰ এটি প্ৰাকৃতিক জলধাৰা যি মহাসাগৰ, হ্ৰদ, সাগৰ অথবা অন্য কোন নদীলৈ প্ৰবাহিত হয়। কোনো কোনো ক্ষেত্ৰত নদী কোনো পানীৰ উৎস পোৱাৰ আগতেই শুকাই যায়।

ভাৰতৰ কেইখনমান নদী সম্পাদনা কৰক


নদীৰ আলোকচিত্ৰ সম্পাদনা কৰক