নাচপতি
নাচপতি (ইংৰাজী: Pear; /ˈpɛər/) পাইৰাছ (Pyrus /ˈpaɪrəs/,) গণ আৰু ৰ’জেচি (Rosaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ফল। এই ফল খাদ্যৰ বাবে বহুঠাইত খেতি কৰা হয়।
নাচপতি (Pear) | |
---|---|
European pear branch with two pears | |
Pear fruit cross section | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Pyrus |
প্ৰজাতি: | P. Pyrus |
দ্বৈৰাশিক নামকৰণ | |
Pyrus Pyrus L. | |
Species | |
About 30 species; see text |
বিস্তৃতি সম্পাদনা কৰক
নাচপতি পশ্চিম ইউৰোপৰ পৰা উত্তৰ আফ্ৰিকা আৰু এছিয়াত বিস্তৃত হৈ থকা এবিধ থলুৱা ফল।
বিৱৰণ সম্পাদনা কৰক
নাচপতি গছৰ আকাৰ মধ্যমীয়া, ইয়াৰ উচ্চতা ১০-১৭ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে। নাচপতিৰ কিছুমান প্ৰজাতি জোপোহাও হয়।
নাচপতিৰ পাতবোৰ ২-১২ ছে:মি দীঘল, উজ্জ্বল সেউজীয়া বৰণৰ হয়। কিছুমানত ৰূপালী নোম থকা দেখা যায়।
ইয়াৰ ফুলবোৰ বগা, মাজভাগত কিছু হালধীয়া বা গুলপীয়া থাকে। ফুলৰ ব্যাস ২-৪ ছে:মি হয়। ফুলবোৰত পাঁচোটাকৈ পাহি থাকে। [1]
নাচপতিৰ ফল
ব্যৱহাৰ সম্পাদনা কৰক
নাচপতিৰ ফল সুস্বাদু। এই ফলৰ ৰস জাম, জেলী আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। নাচপতিৰ পৰা চাইদাৰ (cider)ও প্ৰস্তুত কৰা হয়।
পৰিপুষ্টি সম্পাদনা কৰক
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
---|---|
শক্তি | 239 কিলোজুল (57 কিলোকেলৰি) |
শৰ্কৰাসমূহ | 15.23 g |
- চেনি | 9.75 g |
- খাদ্য আঁহ | 3.1 g |
চৰ্বী | 0.14 g |
প্ৰ’টিন | 0.36 g |
পানী | 84 g |
থায়েমিন (ভিটামিন বি১) | 0.012 mg (1%) |
Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.026 mg (2%) |
নিয়াচিন (ভিটামিন বি৩) | 0.161 mg (1%) |
পেণ্টথেনিক এচিড (বি৫) | 0.049 mg (1%) |
ভিটামিন বি৬ | 0.029 mg (2%) |
ফলেট (ভিটামিন বি৯) | 7 μg (2%) |
চলিন | 5.1 mg (1%) |
ভিটামিন চি | 4.3 mg (5%) |
ভিটামিন ই | 0.12 mg (1%) |
ভিটামিন কে | 4.4 μg (4%) |
কেলচিয়াম | 9 mg (1%) |
লো | 0.18 mg (1%) |
মেগনেছিয়াম | 7 mg (2%) |
মেংগানিজ | 0.048 mg (2%) |
ফছফ’ৰাছ | 12 mg (2%) |
পটাছিয়াম | 116 mg (2%) |
ছডিয়াম | 1 mg (0%) |
জিংক | 0.1 mg (1%) |
Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ |
নাচপতিৰ ৮৪% পানী, ১৫% শ্বেতসাৰ (carbohydrates) আৰু অৱশিষ্ট প্ৰ’টিন আৰু ফেট।
চিনাক্তকৰণ কৰা প্ৰধান ভাগসমূহ সম্পাদনা কৰক
|
চিত্ৰভঁৰাল সম্পাদনা কৰক
-
মদত ডুবাই থোৱা নাচপতি
-
নাচপতিৰ বীয়েৰ
-
নাচপতিৰ ফুল
-
নাচপতিৰ ফুল
-
বিভিন্ন প্ৰজাতিৰ নাচপতি
-
নাচপতিৰ গছ
তথ্যউৎস সম্পাদনা কৰক
- ↑ Pear Fruit Facts Page Information. bouquetoffruits.com