নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমৰ দুটা যুগৰ দুজন কবিক একে নামেৰে জনা যায়৷ এজনক ককা নীলমণি ফুকন হিচাপে জনা যায় যদিও দ্ব্যৰ্থতা দূৰীকৰণৰ বাবে ইয়াত তলত দিয়াৰ দৰে সজাই তোলা হৈছে৷

  1. নীলমণি ফুকন (জেষ্ঠ) : সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী৷
  2. নীলমণি ফুকন (কনিষ্ঠ) : কবি, সমালোচক, অধ্যাপক আৰু সাহিত্যিক৷