পাইথন এটা বহুল ভাবে প্ৰচলিত উচ্চস্তৰীয় প্ৰগ্ৰামিং ভাষা। সচৰাচৰ পাইথনত লিখা ক'ড সমূহ অন্যান্য প্ৰগ্ৰামিং ভাষাত লিখা ক'ডতকৈ অত্যন্ত চমু আৰু নিকা হয়। পাইথনৰ সৃষ্টিকৰ্তা হৈছে গুইড' ভান ৰসাম। এই প্ৰগ্ৰামিং ভাষা প্ৰথমে ১৯৯১ চনত মুকলি কৰা হৈছিল।

পাইথন
প্ৰকাৰ অবজেক্ট অৰিয়েণ্টেদ, ইম্পাৰেটিভ, ফাংচনেল, প্ৰচিডিউৰেল, ৰিফ্লেকটিভ
সৃষ্টিৰ সময় ২০ ফেব্ৰুৱাৰী ১৯৯১; ৩৩ বছৰ আগত (1991-02-20)[1]
সৃষ্টিকৰ্তা গুইড' ভান ৰসাম
বিকাশক Python Software Foundation
অপাৰেটিং চিষ্টেম Cross-platform
লাইচেঞ্চ Python Software Foundation License
ফাইল এক্সটেঞ্চন .py, .pyc, .pyd, .pyo (prior to 3.5),[2] .pyw, .pyz (since 3.5)[3]
ৱেবছাইট python.org
Wikibooks logo Python Programming at Wikibooks

উদাহৰণ সম্পাদনা কৰক

print "Hello Assam"

উক্ত ক'ডফাকি চলালে Hello Assam দেখিবলৈ পোৱা যাব। এই ক'ডফাকি পাইথন-৩ 'ৰ বাবে তলত দিয়া ধৰণে লিখিব লাগিব:

print("Hello Assam")

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The History of Python: A Brief Timeline of Python". Blogger. 20 January 2009. http://python-history.blogspot.com/2009/01/brief-timeline-of-python.html। আহৰণ কৰা হৈছে: 20 March 2016. 
  2. File extension .pyo was removed in Python 3.5. See PEP 0488
  3. Holth, Moore (30 March 2014). "PEP 0441 -- Improving Python ZIP Application Support". https://www.python.org/dev/peps/pep-0441/। আহৰণ কৰা হৈছে: 12 November 2015.