প্ৰশান্ত নীল

ভাৰতীয় চলচ্চিত্ৰ পৰিচালক

প্ৰশান্ত নীল (ইংৰাজী: Prashanth Neel; জন্ম ৪ জুন ১৯৮০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷ তেওঁ মুখ্যতঃ কন্নড় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। তেওঁ চলচ্চিত্ৰ জগতত ২০১৪ চনৰ কন্নড় চলচ্চিত্ৰ উগ্ৰামৰ জৰিয়তে আত্মপ্ৰকাশ কৰে আৰু পিছলৈ কে.জি.এফ. : চেপ্তাৰ ১ (২০১৮) আৰু কে.জি.এফ. : চেপ্তাৰ ২ (২০২২) পৰিচালনা কৰে৷

প্ৰশান্ত নীল

২০২২ চনত প্ৰশান্ত নীল
জন্ম ৪ জুন, ১৯৮০ (৪৩ বছৰ)[1]
হাচান, কৰ্ণাটক, ভাৰত
পেচা
  • চলচ্চিত্ৰ পৰিচালক
  • চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ২০১৪-বৰ্তমানলৈ
দাম্পত্যসঙ্গী লিকিথা (বি. ২০১০)
সন্তান

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁ ২০১০ চনত লিখিথা (Likhitha) -ক বিয়া কৰায়। এই দম্পতীহালৰ এগৰাকী কন্যা আৰু পুত্ৰ সন্তান আছে।[2]

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

টোকা
  এতিয়াও মুক্তি লাভ কৰা নাই
বৰ্ষ চলচ্চিত্ৰ পৰিচালক লেখক ভাষা টোকা
২০১৪ উগ্ৰাম হয় হয় কন্নড়
২০১৮ কে.জি.এফ. : চেপ্তাৰ ১ হয় হয়
২০২২ কে.জি.এফ. : চেপ্তাৰ ২ হয় হয়
Bagheera (বাঘীৰা)   নহয় হয় ফিল্মিং[3]
২০২৩ চালাৰ   হয় হয় কন্নড়
তেলেগু
ফিল্মিং[4]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক