বিশ্বকাপ ক্ৰিকেট ২০২৩

ক্ৰিকেট বিশ্বকাপ

বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হোৱা এক ক্ৰীড়া প্ৰতিযোগিতা।[1] ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়।[2] ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰে। ১৯৮৭ চনত (পাকিস্তানৰ সৈতে), ১৯৯৬ চনত (পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে) আৰু ২০১১ চনত (শ্ৰীলংকা আৰু বাংলাদেশৰ সৈতে) চনত যুটীয়াভাৱে তিনিবাৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এককভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩

আনুষ্ঠানিক প্ৰতীক
দিনাংক ৯ ফেব্ৰুৱাৰী – ২৬ মাৰ্চ ২০২৩
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ
ধৰণ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) ৰাউণ্ড ৰবিন আৰু নকআউট
আয়োজক(সমূহ) ভাৰত
বিজয়ী  অষ্ট্ৰেলিয়া (৬ষ্ঠ বাৰৰ বাবে)
দলৰ সংখ্যা ১০


গ্ৰুপ পৰ্ব সম্পাদনা কৰক

পইণ্টৰ তালিকা সম্পাদনা কৰক

অৱ দল খেলা হা ফহ পইণ্ট ৰা.হা.পা. অৰ্জন কৰা অৰ্হতা
  ভাৰত ১৮ +২.৫৭০ ছেমি ফাইনেললৈ অগ্ৰসৰ
  দক্ষিণ আফ্ৰিকা ১৪ +১.২৬১
  অষ্ট্ৰেলিয়া ১৪ +০.৮৪১
  নিউজিলেণ্ড ১০ +০.৭৪৩
  পাকিস্তান −০.১৯৯
  আফগানিস্তান −০.৩৩৬
  ইংলেণ্ড −০.৫৭২
  বাংলাদেশ −১.০৮৭
  শ্ৰীলংকা −১.৪১৯
১০   নেডাৰলেণ্ড −১.৮২৫
সমাপ্ত তাৰিখে খেল শেষ হোৱাৰ পিছত আপডেট কৰা হৈছে। ণ্ডৰি: আইচিচি
শ্ৰেণীবিভাজনৰ নিয়মসমূহ: ১) পইণ্ট; ২) জয়; ৩) ৰাণৰ হাৰৰ পাৰ্থক্য; ৪) টাই কৰা দলৰৰ মাজত ফলাফল; ৫) প্ৰতিযোগিতাৰ পূৰ্বভাগ

গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন সম্পাদনা কৰক

ভাৰত সম্পাদনা কৰক

০৮/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ।
০৮/১০/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।
১৪/১০/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ।
১৯/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ।
২২/১০/২০২৩ - নিউজিলেণ্ডৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ।
২৯/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ১০০ ৰাণত জয়লাভ।
০২/১১/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৩০২ ৰাণত জয়লাভ।
০৫/১১/২০২৩ - দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৪৩ ৰাণত জয়লাভ।
১২/১১/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ১৬০ ৰাণত জয়লাভ।

দক্ষিণ আফ্ৰিকা সম্পাদনা কৰক

০৭/১০/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ১০২ ৰাণত জয়লাভ।
১২/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩৪ ৰাণত জয়লাভ।
১৭/১০/২০২৩ - নেদাৰলেণ্ডৰ হাতত ৩৮ ৰাণত পৰাস্ত।
২১/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ২২৯ ৰাণত জয়লাভ।
২৪/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ১৪৯ ৰাণত জয়লাভ।
২৭/১০/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ১ উইকেটত জয়লাভ।
০১/১১/২০২৩ - নিউজিলেণ্ডৰ বিৰুদ্ধে ১৯০ ৰাণত জয়লাভ।
০৫/১১/২০২৩ - ভাৰতৰ হাতত ২৪৩ ৰাণত পৰাস্ত।
১০/১১/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ।

অষ্ট্ৰেলিয়া সম্পাদনা কৰক

০৮/১০/২০২৩ - ভাৰতৰ হাতত ৬ উইকেটত পৰাস্ত।
১২/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১৩৪ ৰাণত পৰাস্ত।
১৬/১০/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ।
২০/১০/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ৬২ ৰাণত জয়লাভ।
২৫/১০/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ৩০৯ ৰাণত জয়লাভ।
২৮/১০/২০২৩ - নিউজিলেণ্ডৰ বিৰুদ্ধে ৫ ৰাণত জয়লাভ।
০৪/১১/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ৩৩ ৰাণত জয়লাভ।
০৭/১১/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ।
১১/১১/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।

নিউজিলেণ্ড সম্পাদনা কৰক

০৫/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ।
০৯/১০/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ৯৯ ৰাণত জয়লাভ।
১৩/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।
১৮/১০/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ১৪৯ ৰাণত জয়লাভ।
২২/১০/২০২৩ - ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত।
২৮/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৫ ৰাণত পৰাস্ত।
০১/১১/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১৯০ ৰাণত পৰাস্ত।
০৪/১১/২০২৩ - পাকিস্তানৰ হাতত ২১ ৰাণত পৰাস্ত।
০৯/১১/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ।

পাকিস্তান সম্পাদনা কৰক

০৬/১০/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ৮১ ৰাণত জয়লাভ।
১০/১০/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ।
১৪/১০/২০২৩ - ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত।
২০/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৬২ ৰাণত পৰাস্ত।
২৩/১০/২০২৩ - আফগানিস্তানৰ হাতত ৮ উইকেটত পৰাস্ত।
২৭/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১ উইকেটত পৰাস্ত।
৩১/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ।
০৪/১১/২০২৩ - নিউজিলেণ্ডৰ বিৰুদ্ধে ২১ ৰাণত জয়লাভ।
১১/১১/২০২৩ - ইংলেণ্ডৰ হাতত ৯৩ ৰাণত পৰাস্ত।

আফগানিস্তান সম্পাদনা কৰক

০৭/১০/২০২৩ - বাংলাদেশৰ হাতত ৬ উইকেটত পৰাস্ত।
১১/১০/২০২৩ - ভাৰতৰ হাতত ৮ উইকেটত পৰাস্ত।
১৫/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ৬৯ ৰাণত জয়লাভ।
১৮/১০/২০২৩ - নিউজিলেণ্ডৰ হাতত ১৪৯ ৰাণত পৰাস্ত।
২৩/১০/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।
৩০/১০/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ।
০৩/১১/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচ।
০৭/১১/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৩ উইকেটত পৰাস্ত।
১০/১১/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ৫ উইকেটত পৰাস্ত।

ইংলেণ্ড সম্পাদনা কৰক

০৫/১০/২০২৩ - নিউজিলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত।
১০/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ১৩৭ ৰাণত জয়লাভ।
১৫/১০/২০২৩ - আফগানিস্তানৰ হাতত ৬৯ ৰাণত পৰাস্ত।
২১/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ২২৯ ৰাণত পৰাস্ত।
২৬/১০/২০২৩ - শ্ৰীলংকাৰ হাতত ৮ উইকেটত পৰাস্ত।
২৯/১০/২০২৩ - ভাৰতৰ হাতত ১০০ ৰাণত পৰাস্ত।
০৪/১১/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৩৩ ৰাণত পৰাস্ত।
০৮/১১/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ১৬০ ৰাণত জয়লাভ।
১১/১১/২০২৩ - পাকিস্তানৰ বিৰুদ্ধে ৯৩ ৰাণত জয়লাভ।

বাংলাদেশ সম্পাদনা কৰক

০৭/১০/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ।
১০/১০/২০২৩ - ইংলেণ্ডৰ হাতত ১৩৭ ৰাণত পৰাস্ত।
১৩/১০/২০২৩ - নিউজিলেণ্ডৰ হাতত ৮ উইকেটত পৰাস্ত।
১৯/১০/২০২৩ - ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত।
২৪/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১৪৯ ৰাণত পৰাস্ত।
২৮/১০/২০২৩ - নেদাৰলেণ্ডৰ হাতত ৮৭ ৰাণত পৰাস্ত।
৩১/১০/২০২৩ - পাকিস্তানৰ হাতত ৭ উইকেটত পৰাস্ত।
০৬/১১/২০২৩ - শ্ৰীলংকাৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ।
১১/১১/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৮ উইকেটত পৰাস্ত।

শ্ৰীলংকা সম্পাদনা কৰক

০৭/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ হাতত ১০২ ৰাণত পৰাস্ত।
১০/১০/২০২৩ - পাকিস্তানৰ হাতত ৬ উইকেটত পৰাস্ত।
১৬/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত।
২১/১০/২০২৩ - নেদাৰলেণ্ডৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ।
২৬/১০/২০২৩ - ইংলেণ্ডৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ।
৩০/১০/২০২৩ - আফগানিস্তানৰ হাতত ৭ উইকেটত পৰাস্ত।
০২/১১/২০২৩ - ভাৰতৰ হাতত ৩০২ ৰাণত পৰাস্ত।
০৬/১১/২০২৩ - বাংলাদেশৰ হাতত ৩ উইকেটত পৰাস্ত।
০৯/১১/২০২৩ - নিউজিলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত।

নেদাৰলেণ্ড সম্পাদনা কৰক

০৬/১০/২০২৩ - পাকিস্তানৰ হাতত ৮১ ৰাণত পৰাস্ত।
০৯/১০/২০২৩ - নিউজিলেণ্ডৰ হাতত ৯৯ ৰাণত পৰাস্ত।
১৭/১০/২০২৩ - দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৮ ৰাণত জয়লাভ।
২১/১০/২০২৩ - শ্ৰীলংকাৰ হাতত ৫ উইকেটত পৰাস্ত।
২৫/১০/২০২৩ - অষ্ট্ৰেলিয়াৰ হাতত ৩০৯ ৰাণত পৰাস্ত।
২৮/১০/২০২৩ - বাংলাদেশৰ বিৰুদ্ধে ৮৭ ৰাণত জয়লাভ।
০৩/১১/২০২৩ - আফগানিস্তানৰ বিৰুদ্ধে মেচ।
০৮/১১/২০২৩ - ইংলেণ্ডৰ হাতত ১৬০ ৰাণত পৰাস্ত।
১২/১১/২০২৩ - ভাৰতৰ হাতত ১৬০ ৰাণত পৰাস্ত।

ছেমি ফাইনেল সম্পাদনা কৰক

১৫ নৱেম্বৰ, ২০২৩
14:00 (দি/নৈ)
স্ক'ৰবোৰ্ড
ভাৰত
৩৯৭/৪ (৫০ অ'ভাৰ)
আৰু
 নিউজিলেণ্ড
৩২৭ (৪৮.৫ অ'ভাৰ)
বিৰাট কোহলি ১১৭ (১১৩)
টিম ছাউথী ৩/১০০
ডাৰ্লি মিচেল ১৩৪ (১১৯)
মহম্মদ শ্বামি ৭/৫৭
৭০ ৰাণত ভাৰতৰ জয়লাভ।
ৱাংখড়ে ষ্টেডিয়াম, মুম্বাই

১৬ নৱেম্বৰ, ২০২৩
14:00 (দি/নৈ)
স্ক'ৰবোৰ্ড
দক্ষিণ আফ্ৰিকা
২১২ (৪৯.৪ অ'ভাৰ)
আৰু
 অষ্ট্ৰেলিয়া
২১৫/৭ (৪৭.২ অ'ভাৰ)
ডেভিড মিলাৰ ১০১ (১১৬)
মিচেল ষ্টাৰ্ক ৩/৩৪
ট্ৰেভিচ হেড ৬২ (৪৮)
শাম্চী ২/৪২
৩ উইকেটত অষ্ট্ৰেলিয়াৰ জয়লাভ।
ইডেন গাৰ্ডেন, কলকাতা

ফাইনেল সম্পাদনা কৰক

১৯ নৱেম্বৰ, ২০২৩
14:00 (দি/নৈ)
স্ক'ৰবোৰ্ড
ভাৰত
২৪০ (৫০ অ'ভাৰ)
আৰু
 অষ্ট্ৰেলিয়া
২৪১/৪ (৪৩ অ'ভাৰ)
কে এল ৰাহুল ৬৬ (১০৭)
মিচেল ষ্টাৰক ৩/৫৫
ট্ৰেভিছ হেড ১৩৭ (১২০)
যশপ্ৰীত বুমৰাহ ২/৪৩
৬ উইকেটত অষ্ট্ৰেলিয়াৰ জয়লাভ।
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদ

সম্প্ৰচাৰ সম্পাদনা কৰক

২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ আনুষ্ঠানিক সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছ। সমগ্ৰ অনুষ্ঠানটো ভাৰতত সম্প্ৰচাৰ কৰিবলৈ ওলাইছে। টেৰেষ্ট্ৰিয়েল নেটৱৰ্কত ডিডি স্প’ৰ্টছে কেৱল ভাৰত সম্পৰ্কীয় খেল, ছেমি ফাইনেল আৰু ফাইনেল প্ৰচাৰ কৰিব। আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ভাৰতৰ টিভি আৰু অ’টিটি প্লেটফৰ্মত দেখুওৱাৰ অধিকাৰ ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ আছে, সেই অনুসৰি বিশ্বকাপৰ খেলসমূহ ষ্টাৰ স্প’ৰ্টছৰ বিভিন্ন চেনেলত একাধিক ভাষাত টিভিত প্ৰদৰ্শিত হ’ব, ইয়াৰ বাহিৰেও, যদি আপুনি আপোনাৰ মোবাইল বা আন কোনো ডিভাইচৰ জৰিয়তে ৱেবছাইটত চাব বিচাৰে, তেন্তে আপুনি এই সকলোবোৰ মেচ ডিজনী হটষ্টাৰ ৱেবছাইটত চাব পাৰিব আৰু লগতে ডিজনী হটষ্টাৰ এপটো ডাউনলোড কৰিও চাব পাৰিব।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. শ্ৰীনিৱাসন, এন (০৯ জুলাই ২০১৪). "2023 World Cup Will be Played Only in India". এনডিটিভি স্পৰ্টছ্এনডিটিভি স্পৰ্টছ্. http://sports.ndtv.com/cricket/news/228030-2023-world-cup-will-be-played-only-in-india-n-srinivasan। আহৰণ কৰা হৈছে: ১৯ নৱেম্বৰ ২০১৬. 
  2. "Outcomes from ICC Annual Conference week in London". আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদআন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ. ২৯ জুন ২০১৩. Archived from the original on 2013-09-21. https://web.archive.org/web/20130921055453/http://www.icc-cricket.com/news/2013/media-releases/70819/outcomes-from-icc-annual-conference-week-in-london। আহৰণ কৰা হৈছে: ১৯ নৱেম্বৰ ২০১৬.