বৰ্ণ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। বৰ্ণ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:

  • বৰ্ণ (বৰ্ণমালা), লিখন পদ্ধতিত অৰ্থ প্ৰকাশক চিহ্ন
  • বৰ্ণ বা ৰং, মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম
  • বৰ্ণ বা জাতি, ভাৰতীয় উপমহাদেশত একে খিতাপ, জীৱিকা বা আৰ্থিক স্থিতিৰ মানুহৰ এটা সামাজিক গোট
  • বৰ্ণভেদ প্ৰথা, ভাৰতীয় উপমহাদেশত প্ৰচলিত জাতিভেদ প্ৰথা